• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
29 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      সকাহ! নতুন বছৰত জে’ললৈ যাব নালাগে প্ৰাক্তন ক্ৰিকেটাৰ ৰবিন উথাপ্পা

      Nation NE by Nation NE
      December 31, 2024
      in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
      0 0
      সকাহ! নতুন বছৰত জে’ললৈ যাব নালাগে প্ৰাক্তন ক্ৰিকেটাৰ ৰবিন উথাপ্পা
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন ৰবিন উথাপ্পাই নৱবৰ্ষৰ পূৰ্বে ডাঙৰ সকাহ পালে। উথাপ্পাৰ গ্ৰেপ্তাৰৰ পৰোৱানা সাময়িকভাৱে স্থগিত ৰখা হৈছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিলে উথাপ্পাৰ গ্ৰেপ্তাৰৰ পৰোৱানা।

      উথাপ্পাৰ বিৰুদ্ধে প্ৰভিডেণ্ট ফাণ্ড (পি এফ) গোচৰত জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল, যাৰ বাবে তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছিল।

      মঙলবাৰে (৩১ ডিচেম্বৰ) কৰ্ণাটক উচ্চ ন্যায়ালয়ে উথাপ্পাৰ ৱাৰেণ্ট স্থগিত ৰাখে। ন্যায়াধীশ সুৰজ গোবিন্দৰাজ নেতৃত্বাধীন বিচাৰপীঠে এই সকাহ দিয়ে প্রাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক। ৱাৰেণ্টৰ উপৰি উথাপ্পাৰ বিৰুদ্ধে পিএফৰ গোচৰৰ সৈতে জড়িত সকলো গোচৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিয়া হৈছিল।

      উথাপ্পাৰ বিৰুদ্ধে জাৰি কৰা ৱাৰেণ্ট আৰু ধন আদায়ৰ বাবে প্ৰেৰণ কৰা জাননীৰ বিৰুদ্ধে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ হৈ আবেদন দাখিল কৰা হৈছিল।

      উল্লেখ্য যে আঞ্চলিক পি এফ আয়ুক্ত আৰু আৰোগ্য বিষয়াৰ নিৰ্দেশত বেংগালুৰু আৰক্ষীয়ে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰে।

      উল্লেখ্য যে, প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ বিৰুদ্ধে এটি কাপোৰ কোম্পানীৰ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডত জমা কৰিবলগীয়া ধন জমা নকৰাৰ অভিযোগ উত্থাপন হৈছে। ২৭ ডিচেম্বৰৰ ভিতৰত প্ৰায় ২৪ লাখ টকা জমা দিবলগীয়া আছিল উথাপ্পা।

      ৰবীন উথাপ্পা চেঞ্চুৰীজ লাইফষ্টাইল ব্ৰেণ্ড প্ৰাইভেট লিমিটেড নামৰ কাপোৰ কোম্পানীৰ ডিৰেক্টৰ পদত অধিষ্ঠিত হৈ আছে। এই কোম্পানীটোৰ ২৩ লাখ ৩৬ হাজাৰ ৬০২ টকা নিয়ম অনুসৰি প্ৰভিডেণ্ট ফাণ্ডত জমা দিয়া নাছিল।

      Tags: Former CricketerRobin Uthappa

      Related Posts

      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন
      Top News

      September 10, 2025
      বলিং বিক্ৰমত দিশহাৰা UAE; মাত্ৰ ৪.৩ অভাৰতে বিজয় সাব্যস্ত ভাৰতৰ

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী

      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      ভাৰত-আমেৰিকাৰ বাণিজ্যক লৈ সংকেত ট্ৰাম্পৰ! ক’লে- ‘মই মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে…’

      September 10, 2025
      নেপালৰ সংসদৰ পৰা চেয়াৰখন লৈ পলাল প্ৰতিবাদকাৰী! ভিডিঅ’ ভাইৰেল

      শীৰ্ষ সংবাদ

      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন

      বলিং বিক্ৰমত দিশহাৰা UAE; মাত্ৰ ৪.৩ অভাৰতে বিজয় সাব্যস্ত ভাৰতৰ

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী

      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      ভাৰত-আমেৰিকাৰ বাণিজ্যক লৈ সংকেত ট্ৰাম্পৰ! ক’লে- ‘মই মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে…’

      নেপালৰ সংসদৰ পৰা চেয়াৰখন লৈ পলাল প্ৰতিবাদকাৰী! ভিডিঅ’ ভাইৰেল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist