• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, July 14, 2025
28 °c
Guwahati
28 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বলিউদক লৈ অসন্তুষ্ট অনুৰাগ কাশ্যপ; শীঘ্ৰে মুম্বাই এৰিব পৰিচালকগৰাকীয়ে!

      Nation NE by Nation NE
      January 1, 2025
      in Top News, বিনোদন, ৰাষ্ট্ৰীয়
      0 0
      বলিউদক লৈ অসন্তুষ্ট অনুৰাগ কাশ্যপ; শীঘ্ৰে মুম্বাই এৰিব পৰিচালকগৰাকীয়ে!
      Share on FacebookShare on TwitterWhatsApp

      বলিউদক লৈ অসন্তুষ্ট চিত্ৰ নিৰ্মাতা তথা পৰিচালক অনুৰাগ কাশ্যপ। হিন্দী ছবি ইণ্ডাষ্ট্ৰিক লৈ ইমানেই অসন্তুষ্ট যে অনুৰাগ কাশ্যপে মায়ানগৰী মুম্বাই এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

      অলপতে দ্য হলিউদ ৰিপোৰ্টাৰক দিয়া এটা সাক্ষাতকাৰত অনুৰাগ কাশ্যপে কয় যে তেওঁ বলিউদৰ মানসিকতাক লৈ যথেষ্ট হতাশ। তেওঁ কয়, ‘এতিয়া মোৰ বাবে ওলাই গৈ পৰীক্ষা-নিৰীক্ষা কৰাটো কঠিন হৈ পৰিছে কাৰণ ইয়াৰ বাবে যথেষ্ট খৰচ হয়, আৰম্ভণিৰে পৰাই মোৰ মেকাৰসকলে লাভ আৰু মাৰ্জিনৰ কথা চিন্তা কৰে। ছবিখন আৰম্ভ হোৱাৰ আগতেই কেনেকৈ বিক্ৰী কৰিব লাগে সেইটো চৰ্চাৰ বিষয় হৈ পৰে।’

      তেওঁ লগতে কয়, ‘চলচ্চিত্ৰ নিৰ্মাণৰ আনন্দ নোহোৱা হৈছে। সেয়ে মই অহা বছৰ মুম্বাইৰ পৰা ওলাই যাব বিচাৰো। মই দক্ষিণলৈ গৈ আছো। য’ত উত্তেজনা থাকে তাতেই যাব বিচাৰো। নহ’লে মই বুঢ়া হৈ মৰি যাম। নিজৰ উদ্যোগটোক লৈ মই অত্যন্ত হতাশ। এই মানসিকতাৰ প্ৰতি মোৰ বিতৃষ্ণা। কোনেও নতুন কৰাৰ একো চেষ্টা নকৰে।’

      এতিয়াৰ অভিনেতা-অভিনেত্ৰীসকলে অভিনয় কৰিব নিবিচাৰে, তেওঁলোকে কেৱল তাৰকা হ’বহে বিচাৰে বুলিও ক্ষেদ প্ৰকাশ কৰে অনুৰাগ কাশ্যপে।

      Tags: #BollywoodAnurag KashyapMumbai

      Related Posts

      শংকিত পাকিস্তান! বিশ্বৰ প্ৰায় ১৪-১৫খন দেশে ভাৰতৰ পৰা ব্ৰক্ষচ ক্ষেপণাস্ত্ৰ দাবী…
      Top News

      July 14, 2025
      গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…

      গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
      Top News

      ইজৰাইলৰ ডাঙৰ কৃতিত্ব, শত্ৰুদেশ ইৰাণৰ পৰা ৰক্ষা কৰিছিল যুদ্ধ বিমান এফ-১৫ক

      July 14, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      July 14, 2025
      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…
      Top News

      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

      July 13, 2025
      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল
      Top News

      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

      July 13, 2025

      শীৰ্ষ সংবাদ

      শংকিত পাকিস্তান! বিশ্বৰ প্ৰায় ১৪-১৫খন দেশে ভাৰতৰ পৰা ব্ৰক্ষচ ক্ষেপণাস্ত্ৰ দাবী…

      গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…

      ইজৰাইলৰ ডাঙৰ কৃতিত্ব, শত্ৰুদেশ ইৰাণৰ পৰা ৰক্ষা কৰিছিল যুদ্ধ বিমান এফ-১৫ক

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist