• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আতিশীৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত নামিব অলকা লাম্বা

Nation NE by Nation NE
January 3, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
আতিশীৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত নামিব অলকা লাম্বা
Share on FacebookShare on TwitterWhatsApp

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে প্ৰকাশ কৰিলে আৰু এখন প্ৰাৰ্থীৰ তালিকা। দলে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অলকা লাম্বাক। অলকা লাম্বাই কালকাজী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উল্লেখ্য যে, নতুন বছৰৰ পহিলা দিনটোতে অলকা লাম্বাই কালাকাজী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল। ইয়াৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত চৰ্চা চলিছিল যে ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ অধ্যক্ষা লাম্বাই এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কংগ্ৰেছে আজি প্ৰকাশ কৰা তালিকাৰ পিছতেই ছ’চিয়েল মিডিয়াত চলা এই চৰ্চা এতিয়া সত্য প্ৰমাণিত হ’ল।

কালকাজী সমষ্টিৰ পৰা অলকা লাম্বাক টিকট প্ৰদান কৰাৰ পিছতেই এতিয়া এই সমষ্টিটোত আকৰ্ষণীয় হ’ব নিৰ্বাচনী যুঁজ। কিয়নো বিজেপিয়ে এই সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে দক্ষিণ দিল্লীৰ প্ৰাক্তন সাংসদ ৰমেশ বিধুড়ীক। যদিহে এইটো হয়, তেন্তে সমষ্টিটোত ত্ৰিকোণীয় যুঁজ হোৱাটো প্ৰায় নিশ্চিত। এইবাৰৰ নিৰ্বাচনত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী জয়ী হোৱাটো প্ৰায় প্ৰত্যাহ্বান হ’ব।

ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে এই পৰ্যন্ত ৪৮ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। শাসকীয় দল আপৰ বিৰুদ্ধে মতানৈক্য হোৱাৰ পিছতে কংগ্ৰেছ দল অধিক আক্ৰমক হৈ পৰা পৰিলক্ষিত হৈছে।

কংগ্ৰেছ দলে আপৰ প্ৰায়বোৰ মুখ্য নেতা-নেত্ৰীৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ নেতাক দলীয় টিকট প্ৰদান কৰিছে। কংগ্ৰেছে নতুন দিল্লী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰাক্তন সাংসদ সন্দীপ দীক্ষিতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে জংপুৰা সমষ্টিত ফৰহাদ ছুৰীক দলীয় টিকট দিয়া হৈছে।

উল্লেখ্য যে, ২০১৫ চনৰ পৰা ২০২০ চনলৈ অলকা লাম্বাই চান্দনী চক সমষ্টিৰ বিধায়ক আছিল যদিও এইবাৰ এইটো সমষ্টিটোৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰাক্তন সাংসদ জেপি আগৰৱালাক। বিগত বিধানসভা নিৰ্বাচনত এই সমষ্টিটোৰ পৰা লাম্বাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও তেওঁ তৃতীয় স্থানতে থমকিব লগা হৈছিল।

Tags: #AAP#CongressAlka LambaAtishi MarlenaDelhi Assembly Election

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025