• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বুমৰাহে ৰচিলে ইতিহাস; ভংগ কৰিলে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ সকলো ইতিহাস

      Nation NE by Nation NE
      January 4, 2025
      in Top News, ক্ৰীড়া
      0 0
      বুমৰাহে ৰচিলে ইতিহাস; ভংগ কৰিলে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ সকলো ইতিহাস
      Share on FacebookShare on TwitterWhatsApp

      সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বলাৰ জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস। ছিডনী টেষ্ট মেচৰ দ্বিতীয় দিনা লাবুশ্বানেক আউট কৰাৰ লগে লগে ভাৰতৰ হৈ বিদেশত খেলা টেষ্ট শৃংখলাৰ সৰ্বোচ্চ উইকেট দখল কৰা বলাৰ হৈ পৰে বুমৰাহ। এই ক্ষেত্ৰত বুমৰাহে ভংগ কৰে বিষণ সিং বেদীৰ অভিলেখ।

      বিদেশত খেলা টেষ্ট শৃংখলাত বিষন সিং বেদীয়ে মুঠ ৩১টা উইকেট দখল কৰিছিল। আনহাতে ব’ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত এই পৰ্যন্ত মুঠ ৩২টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে যশপ্ৰীত বুমৰাহে। ইয়াৰ সমান্তৰালকৈ বুমৰাহ অষ্ট্ৰেলিয়াত খেলা এটা শৃংখলাৰ সময়ত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপেও পৰিগণিত হৈছে।

      বুমৰাহৰ মাৰাত্মক বলিঙৰ বাবেই চলিত শৃংখলাটোত কিছু পৰিমানে প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছে ভাৰত।

      অষ্ট্ৰেলিয়াৰ ভূমিত খেলা এটা শৃংখলাত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ

      ৩২- জশপ্ৰীত বুমৰাহ (২০২৪/২৫)

      ৩১- বিষন সিং বেদী (১৯৭৭/৭৮)

      ২৮- বিএছ চন্দ্ৰশেখৰ (১৯৭৭/৭৮)

      ২৫- ইএএছ প্ৰসন্না (১৯৬৭/৬৮)

      ২৫- কপিল দেৱ (১৯৯১/৯২)

      ভাৰতৰ বাহিৰত এটা শৃংখলাত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ

      ৩২- জশপ্ৰীত বুমৰাহ অষ্ট্ৰেলিয়া (২০২৪/২৫)

      ৩১- বিষন সিং বেদী অষ্ট্ৰেলিয়া (১৯৭৭/৭৮)

      ২৮- বিএছ চন্দ্ৰশেখৰ অষ্ট্ৰেলিয়া (১৯৭৭/৭৮)

      ২৭- সুভাষ গুপ্তে, ৱেষ্ট ইণ্ডিজ (১৯৫২/৫৩)

      ২৫- ইএএছ প্ৰসন্না, অষ্ট্ৰেলিয়া (১৯৬৭/৬৮)

      ইফালে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ইতিহাসত এটা শৃংখলাত সৰ্বাধিক উইকেট দখল কৰাৰ ক্ষেত্ৰত হৰভজন সিঙৰ সৈতে সমতা স্থাপন কৰে বুমৰাহে। বুমৰাহে আৰু এটা উইকেট লোৱাৰ লগে লগে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ইতিহাসত এটা শৃংখলাত সৰ্বাধিক উইকেট দখল কৰাৰ অভিলেখ গঢ়িব। হৰভজন সিঙে ২০০১-০২ শৃংখলাত ৩২টা উইকেট দখল কৰিছিল।

      Tags: Border-Gavaskar TrophyIndia vs AustraliaJasprit BumrahTest CricketTest Series

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist