• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ নাম লৈ পাকিস্তানক সকীয়নি আফগানিস্তানৰ

Nation NE by Nation NE
January 5, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ নাম লৈ পাকিস্তানক সকীয়নি আফগানিস্তানৰ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তান আৰু আফগানিস্তানৰ মাজত দীৰ্ঘদিনৰ পৰা চলি থকা সীমা বিবাদে শেহতীয়াকৈ লৈছে ভয়ংকৰ ৰূপ। পাকিস্তানে অলপতে আফগানিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত কৰা এয়াৰ ষ্ট্ৰাইকত বহু তালিবানী সদস্য নিহত হয়। ইয়াৰ পিছতে আফগানিস্তানেও পাকিস্তানৰ ওপৰত আক্ৰমণ চলোৱাৰ দাবী উত্থাপন কৰে।

ইতিমধ্যে তালিবান সম্বন্ধে কঠোৰ সকীয়নি প্ৰদান কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। তালিবানক নিঃশেষ অবিহনে পাকিস্তানৰ প্ৰগতি অসম্ভৱ বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ মাজতে পাকিস্তানে আফগানিস্তানৰ ৱাখান নামৰ এটা অঞ্চল দখল কৰাৰো চৰ্চা চলি আছে, যাক লৈ তীব্ৰ ক্ষোভত আছে তালিবান।

ইফালে তালিবানৰ উপ-বিদেশ মন্ত্ৰী মহম্মদ আব্বাছে ভাৰতৰ নাম লৈ পাকিস্তানক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে। এটা টুইটাৰ প’ষ্টত তেওঁ লিখিছে, ‘বৰ্তমান সময়ত পাকিস্তানৰ অৰ্থনীতি আৰু আভ্যন্তৰীণ অস্থিৰতা ইমানেই বেয়া যে ৱাখান কৰিডৰ দখল কৰিব পৰা অৱস্থাত নাই বা আন এখন যুদ্ধ কৰিব পৰা অৱস্থাত নাই। পাকিস্তানৰ সেনাৰ নামত শোচনীয় অভিলেখ আছে যুদ্ধৰ ইতিহাসত। ১৯৭১ চনত ভাৰতৰ সৈতে হোৱা যুদ্ধত পাকিস্তানে বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছিল আৰু পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) হেৰুৱাইছিল। ৯৩ হাজাৰৰো অধিক সৈনিকে আত্মসমৰ্পণ কৰে, যিটো আধুনিক ইতিহাসৰ সৰ্ববৃহৎ আত্মসমৰ্পণ।’

তালিবানৰ উপ-বিদেশ মন্ত্ৰীয়ে লগতে কয়, ‘১৯৭৩ আৰু ১৯৮৯ত জলালাবাদৰ যুদ্ধ আৰু আফগানিস্তানৰ ভিতৰত হোৱা কুনাৰ নদী যুদ্ধতো পাকিস্তান পৰাস্ত হৈছিল। অন্য দেশৰ সেনাৰ সৈতে হোৱা যুদ্ধত পাকিস্তান সেনা সদায় পৰাস্ত হৈ আহিছে। নিজৰ সীমাৰ বাহিৰত পাকিস্তানে কেতিয়াও বৃহত জয় সাব্যস্ত কৰা নাই। পাকিস্তানৰ দৰে দেশত নিজৰ সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ চলিয়েই আছে… বালুচ আৰু পস্তুন লোকসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ ওপৰত কাম কৰক। পাকিস্তানে ৱাখান কৰিডৰ দখল কৰাৰ চিন্তা মূৰ্খামিৰ বাহিৰে একো নাই।’

এইদৰে তালিবানে পাকিস্তানক এটা ডাঙৰ সতৰ্কবাণী দিছে যে যদি আফগানিস্তানৰ কোনো অংশত অনুপ্ৰৱেশ বা দখল কৰিবলৈ চেষ্টা কৰে তেন্তে সেয়া এক ডাঙৰ ভুল হ’ব।

Tags: AfghanistanIndiaPakistanWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025