• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঘোষণা কৰা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন; জানক সবিশেষ…

Nation NE by Nation NE
January 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ যুঁজ; নিৰ্ণয় হ’ব ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বহু প্ৰতিক্ষীত দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ল। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে নিৰ্বাচনৰ দিন ঘোষণা কৰে। ৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

এটা পৰ্যায়তে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোটগণনা হ’ব ৮ ফেব্ৰুৱাৰীত।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰযোজ্য হ’ল নিৰ্বাচন আচৰণ বিধি। এইবাৰ ১৩ হাজাৰ ৩৩টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৫৫ লাখ। ইয়াৰে ৮৩ লাখৰো অধিক ভোটাৰ হৈছে পুৰুষ। এই কথা জনাই মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।

অহা ২৩ ফেব্ৰুৱাৰীত অন্ত পৰিব দিল্লী বিধানসভাৰ কাৰ্যকাল।

উল্লেখ্য যে দিল্লী বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। এইবাৰৰ নিৰ্বাচনত শাসকীয় দল আপক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে আগ্ৰাসী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বিজেপিয়ে। বিজেপিৰ জ্যেষ্ঠ নেতাৰ সমান্তৰালকৈ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লক্ষ্য কৰি লৈছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপক।

ইফালে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই শাসনাধিষ্ঠ আপে আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কংগ্ৰেছৰ লগতে বিজেপিয়েও এখন এখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা দেখা গৈছে।

স্মৰ্তব্য যে, ২০২০ বৰ্ষত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত আপে ৬২ খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৮খন আসনত জয়ী হৈছিল।

Tags: #AAP#Congress#DelhiBJPDelhi Assembly Election

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025