• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
25 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰঞ্জী ট্ৰফীত ৰোহিত শৰ্মাৰ কামবেক! অধিনায়কৰ এই সিদ্ধান্তই সঞ্চাৰ কৰিলে আশাৰ

Nation NE by Nation NE
January 14, 2025
in Top News, ক্ৰীড়া
0 0
ৰোহিত শৰ্মাৰ পূৰ্বে কোনজন ভাৰতীয় অধিনায়কক মূল একাদশৰ পৰা বাহিৰ কৰা হৈছিল?
Share on FacebookShare on TwitterWhatsApp

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে এতিয়াও কথা ঘোষণা কৰা হোৱা নাই যদিও টীম ইণ্ডিয়াৰ কমাণ্ড যে ৰোহিত শৰ্মাৰ হাতত থাকিব সেয়া নিশ্চিত হৈ পৰিছে। বিগত কেইমাহমানৰ পৰা দুৰ্বল ফৰ্ম আৰু গড় অধিনায়কত্বৰ বাবে হেঁচা বৃদ্ধি পোৱাৰ পাছতো ৰোহিতে এই প্ৰতিযোগিতাত দলৰ অধিনায়ক হৈ থাকিব।

যদিও বৰ্তমানৰ বাবে অধিনায়কত্ব অক্ষত আছে যদিও ৰোহিতৰ বেটিং ফৰ্ম অত্যন্ত চিন্তাৰ বিষয় হৈয়ে আছে। কেৱল এয়াই নহয়, ৰোহিতে এতিয়া মুম্বাইৰ ৰঞ্জী ট্ৰফী দলৰ সৈতে অনুশীলন আৰম্ভ কৰিবলৈ ওলাইছে, যাৰ ফলত এই প্ৰতিযোগিতাৰ পূৰ্বে ৰোহিতে ৰঞ্জী মেচ খেলিব নে নাই তাক লৈ কৌতুহল বৃদ্ধি হৈছে।

অষ্ট্ৰেলিয়া ভ্ৰমণত আৰু তাৰ পূৰ্বে ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ৰোহিত শৰ্মাই বেয়াকৈ ফ্লপ কৰিছিল। তাৰ পিছৰে পৰা তেওঁৰ দলৰ বাহিৰত থকা বা অৱসৰ লোৱাৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। পিছে এতিয়া দাবী কৰা হৈছে যে, চেম্পিয়নছ ট্ৰফীৰ পিছত তেওঁ সম্পূৰ্ণৰূপে অৱসৰ ল’ব।

এই দাবীৰ মাজতে চেম্পিয়নছ ট্ৰফীৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে ৰোহিতে। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে, ভাৰতীয় অধিনায়কগৰাকীয়ে ইতিমধ্যে মুম্বাইৰ এমচিএ-বিকেচি খেলপথাৰত অনুশীলন আৰম্ভ কৰিছে আৰু এতিয়া ১৪ জানুৱাৰী মঙলবাৰৰ পৰাই মুম্বাই দলৰ সৈতে অনুশীলন আৰম্ভ কৰিব। ইফালে মুম্বাই দলটোৱে ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ দ্বিতীয় পৰ্যায়ত খেলিব আৰু ইয়াৰ বাবে মঙলবাৰৰ পৰা দলটোৱে প্ৰস্তুতি আৰম্ভ কৰিব।

আন এক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ৰোহিতে দলটোৰ সৈতে অনুশীলনত অংশ ল’ব যদিও ৰঞ্জী ট্ৰফীৰ মেচ খেলিবলৈ তেওঁ উপলব্ধ হ’ব নে নাই সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য নাই। ২৩ জানুৱাৰীৰ পৰা গ্ৰুপ ৰাউণ্ডৰ খেলখনত মুম্বাইৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ বিৰুদ্ধে খেলিব। এই সূত্ৰই জনোৱা মতে, ৰোহিতে অতি সোনকালে এই বিষয়েও এমচিএক অৱগত কৰিব।

Tags: #cricketSportsTeam India

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025