• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 19, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশত প্ৰথমবাৰৰ বাবে কিডনী বাইলেটেৰেল উইলমছ টিউমাৰৰ অস্ত্ৰোপচাৰ, কি এই ৰোগ?

Nation NE by Nation NE
January 15, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশত প্ৰথমবাৰৰ বাবে কিডনী বাইলেটেৰেল উইলমছ টিউমাৰৰ অস্ত্ৰোপচাৰ, কি এই ৰোগ?
Share on FacebookShare on TwitterWhatsApp

উজবেকিস্তানৰ ৬ বছৰীয়া শিশুক মৃত্যুৰ কবলৰ পৰা ৰক্ষা কৰি ভাৰতীয় চিকিৎসকে এক আদৰ্শ দাঙি ধৰিছে। দুয়োটা বৃক্কতে কেন্সাৰ ৰোগত আক্ৰান্ত হৈ থকা এটি শিশুক ৰক্ষা কৰি আশাৰ কিৰণ আনিলে এগৰাকী ভাৰতীয় চিকিৎসকে।

ভাৰতীয় চিকিৎসকগৰাকীৰ সফল অস্ত্ৰোপচাৰৰ অন্তত এই কণমাণিটিৰ প্ৰাণ ৰক্ষা কৰে। বৰ্তমান এই শিশুটি সম্পূৰ্ণৰূপে সুস্থ।

ডাঃ পৰেশ জৈন আৰু তেওঁৰ দলৰ বাবে এইটো আছিল অতি জটিল অস্ত্ৰোপচাৰ আৰু তেওঁলোকে প্ৰথমবাৰৰ বাবে এনে এজন ৰোগীক চম্ভালিছিল যদিও সমগ্ৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ পদ্ধতিটো দক্ষতাৰে চম্ভালি লোৱা হৈছিল আৰু লগতে বিপদ কম কৰা হৈছিল। ফলত ভাৰতত প্ৰথমবাৰৰ বাবে ফৰ্টিছ এস্কৰ্টছ হাস্পতালৰ দলটোৱে এনে অস্ত্ৰোপচাৰৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ডাঃ পৰেশ জৈনে এই ৰোগৰ চিকিৎসা আৰু ইয়াৰ লগত জড়িত বিপদৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে।

তেওঁ লগতে কয় যে, বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ আৰু চিকিৎসকসকল আশাবাদী যে তেওঁক আৰু আগলৈ কোনো অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহ’ব। লগতে তেওঁ স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব।

শিশুটিৰ মাতৃয়ে কয় যে, উজবেকিস্তানত চিকিৎসা কৰি থাঁকোতে শিশুটিক বচাব পৰা যাব বুলি ভবা নাছিল, তাৰ পিছত পৰিয়ালটো ভাৰতলৈ আহে আৰু ফৰ্টিছ এস্কৰ্টছৰ চিকিৎসকে আশাৰ সঞ্চাৰ কৰে। যাৰ বাবে আজি তেওঁৰ সন্তান সুস্থ। অৱশ্যে অহা দুবছৰলৈকে চিকিৎসকে প্ৰতি তিনিমাহৰ মূৰে মূৰে এই শিশুটিৰ ফ’ল’আপ অব্যাহত ৰাখিব।

উল্লেখ্য যে, কিডনী বাইলেটেৰেল উইলমছ টিউমাৰ মানে একেজন ৰোগীৰ দুয়োটা বৃক্কতে টিউমাৰ থকা। উইলমছ টিউমাৰক বৃক্কৰ আটাইতকৈ বিপজ্জনক টিউমাৰ বুলি গণ্য কৰা হয়। এই টিউমাৰ সাধাৰণতে মাত্ৰ এটা বৃক্কতে দেখা দিয়ে, যদিও কিছুমান ক্ষেত্ৰত দুয়োটা বৃক্কতে দেখা দিয়ে। এনে পৰিস্থিতিত ৰোগীৰ অস্ত্ৰোপচাৰ কৰাটো অতি কঠিন হৈ পৰে।

Tags: Health LifeHealth ScienceMedical

Related Posts

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

December 19, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 19, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 19, 2025
ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

December 18, 2025
বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

শীৰ্ষ সংবাদ

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025