• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বতে ‘২৬ৰ ৰণত নামিব বিজেপি

Nation NE by Nation NE
January 17, 2025
in BIG BREAKING, Top News, অসম, ৰাজনীতি
0 0
সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বতে ‘২৬ৰ ৰণত নামিব বিজেপি

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। আজি আনুষ্ঠানিকভাৱে দিলীপ শইকীয়াক অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

বিজেপিৰ বেয়া অৱস্থাৰ পৰা এজন সক্ৰিয় কৰ্মী হিচাপে সংগঠন শক্তিশালী কৰাত যথেষ্ট অৱদান আগবঢ়োৱা দিলীপ শইকীয়া বিজেপিৰ ৰাজ্যিক সভাপতি নিৰ্বাচিত হোৱাত দলীয় কৰ্মীসকলৰ মাজত উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক সভাপতি হোৱাৰ বাবে বৰ্তমানৰ সভাপতি ভৱেশ কলিতা, প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, জ্যেষ্ঠ নেতা জয়ন্ত দাসৰ লগতে কেইবাজনো নেতাই ইচ্ছা প্ৰকাশ কৰিছিল যদিও অৱশেষত দলে দিলীপ শইকীয়াকে পৰৱৰ্তী ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)ৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ লগতে সাংগঠনিক সম্পাদকৰো দায়িত্ব পালন কৰিছে।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল শইকীয়াই। বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাস ৰাজ্যিক বিজেপিৰ সভাপতি হৈ থকাৰ সময়ত দিলীপ শইকীয়া আছিল অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক।

ইয়াৰ উপৰি ২০২০ চনৰ পৰা বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দৰে দায়িত্বশীল পদতো অধিষ্ঠিত হৈ আছে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া।

উল্লেখ্য যে, ২০১১ চনত অসমত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত দিলীপ শইকীয়াই বিজেপিৰ পৰা নলবাৰী বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। অৱশ্যে সেইবাৰৰ নিৰ্বাচনত তেওঁ শোচনীয় পৰাজয়বৰণ কৰিছিল।

ইয়াৰ পিছত ২০১৯ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত তেওঁক প্ৰদান কৰা হয় দলীয় টিকট। সেইবাৰৰ নিৰ্বাচনত তেওঁ প্ৰথমবাৰৰ বাবে মঙলদৈ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনতো দলে তেওঁক পূৰ্বৰ মঙলদৈ অৰ্থাত এতিয়াৰ দৰং-ওদালগুৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে। সেইবাৰো তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় লোকসভালৈ।

Tags: BJPDilip SaikiaState BJPState President

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025