• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, January 27, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফিফা বিশ্বকাপৰ বাবে মৰক্কো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, জাঙুৰ খাই উঠিছে পশু প্ৰেমী

Nation NE by Nation NE
January 17, 2025
in Top News, ক্ৰীড়া
0 0
ফিফা বিশ্বকাপৰ বাবে মৰক্কো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, জাঙুৰ খাই উঠিছে পশু প্ৰেমী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০৩০ চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হ’ব তিনিখন দেশত। এই প্ৰতিযোগিতাখনৰ বাবে আয়োজকৰ দায়িত্ব লাভ কৰিছে মৰক্কো, স্পেইন আৰু পৰ্তুগালে। প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যেই মৰক্কোৱে আৰম্ভ কৰিছে প্ৰস্তুতি।

এই প্ৰস্তুতিৰ মাজতে এনে এক তথ্য পোহৰলৈ আহিছে যাক লৈ সম্প্ৰতি বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ফিফা বিশ্বকাপৰ সময়ত মৰক্কোৰ চহৰসমূহ চাফ-চিকুন কৰি ৰাখিবলৈ বাটৰুৱা কুকুৰক নিধন কৰাৰ পৰিকল্পনা কৰিছে। এই পৰিকল্পনা পোহৰলৈ অহাৰ পিছতে এতিয়া তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে মৰক্কো।

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি বিশ্বকাপৰ সময়ত বিভিন্ন দেশৰ পৰা লাখ-লাখ দৰ্শক আহিব মৰক্কোলৈ। এই সময়ছোৱাত যাতে বিদেশী দৰ্শকসকলে বাটৰুৱা কুকুৰৰ পৰা কোনো ধৰণৰ অসুবিধা নাপাই তাৰ বাবে চৰকাৰ-প্ৰশাসনে ৩০ লাখ বাটৰুৱা কুকুৰক নিধন কৰাৰ পৰিকল্পনা কৰিছে। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পশু সুৰক্ষা কৰ্মীসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

মৰক্কোৰ প্ৰসিদ্ধ পশু সুৰক্ষা কৰ্মী তথা অধিবক্তা জেন গুডালে এই ঘটনাৰ বিৰোধিতা কৰি ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফালৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত গুডালে লিখিছে, ‘মই এই খবৰ শুনি আচৰিত হৈছো। পশু সুৰক্ষাৰ বাবে কাম কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সমগ্ৰ ঘটনাটো নজৰত ৰাখিছে। ইয়াৰ উপৰি মই সেইসকল ফুটবল অনুৰাগীক শুধিব বিচাৰিছো, যিসকলে পশুক মৰম কৰে, তেওঁলোকে বাটৰুৱা কুকুৰৰ সৈতে সংঘটিত হ’বলগীয়া নৃশংস কাৰ্যক সমৰ্থন কৰিব নে’।

যদিহে ফিফাৰ তৰফৰ পৰা হস্তক্ষেপ বা কোনো গুৰুত্ব প্ৰদান কৰা নহয় তেন্তে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰো হুমকি প্ৰদান কৰে গুডালে।

Tags: FIFAFootball World CupMorocco

Related Posts

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল,  জানক সবিশেষ
Top News

January 27, 2026
শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026

শীৰ্ষ সংবাদ

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025