• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সোণৰ খনিত প্ৰাণ হেৰুৱালে ৯ জনে, সেনাবাহিনীৰ ওপৰত অভিযোগ

Nation NE by Nation NE
January 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সোণৰ খনিত প্ৰাণ হেৰুৱালে ৯ জনে, সেনাবাহিনীৰ ওপৰত অভিযোগ
Share on FacebookShare on TwitterWhatsApp

পশ্চিম আফ্ৰিকাৰ দেশ ঘানা এতিয়াও শিৰোনামত আছে। শেহতীয়াকৈ এই দেশখনৰ এটা সোণৰ খনিত এক ঘটনা সংঘটিত হৈছিল, য’ত ৯ জনকৈ লোকে প্ৰাণ হেৰুৱায়। ঘানাৰ ক্ষুদ্ৰ খনিকৰ সন্থাই দেওবাৰে জনোৱা অনুসৰি, শনিবাৰে নিশা এংলোগোল্ড আশান্তী খনিত সৈন্যই ৯ জন নিৰস্ত্ৰ খনিকৰক হত্যা কৰে। ইয়াৰ বিপৰীতে সেনাই কয় যে, এই গুলীচালনাত সাতজন অবৈধ খনিকৰ নিহত হৈছে।

ঘানা নেচনেল এছ’চিয়েশ্যন অৱ স্মল স্কেল মাইনাৰ্ছৰ স্থানীয় অধ্যক্ষ কফি এডামছে সংবাদ মাধ্যমক জনোৱা মতে, পশ্চিম আফ্ৰিকাৰ দেশখনৰ অবুয়াছি সোণ খনন স্থানত সংঘটিত হোৱা এই কাণ্ডত ৯ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ১৪ জন গুৰুতৰভাৱে আহত হয়। লগতে তেওঁ কয় যে, কোনো লোকৰ হাতত কোনো অস্ত্ৰ-শস্ত্ৰ নাছিল।

এফালে নেশ্যনেল এছ’চিয়েশ্যন অৱ ছমল স্কেল মাইনাৰ্ছে কয় যে, সেনাই নিৰস্ত্ৰ খনিকৰসকলক হত্যা কৰিছিল। আনফালে সেনাই কয় যে, শনিবাৰে নিশা প্ৰায় ৬০ জন অবৈধ স্থানীয়ভাৱে নিৰ্মিত ৰাইফল আৰু অন্যান্য অস্ত্ৰৰে সজ্জিত খনিকৰসকলে আক্ৰমণ কৰে পুৱা ১১ বজাত খনিটোৰ নিৰাপত্তা ভংগ কৰি তাত নিয়োজিত সেনাৰ দলটোৰ ওপৰত গুলীচালনা কৰা হয়, তাৰ পিছত সেনাইও গুলীচালনা কৰে আৰু ইয়াত ৯ জন খনিকে প্ৰাণ হেৰুৱায়।

দেশখনত সংঘটিত হোৱা এই কাণ্ডৰ পিছতে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই এই কাণ্ডৰ তৎকালীন তদন্তৰ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে দেওবাৰে এক বিবৃতিত ইয়াক “মৰ্মান্তিক” বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰপতিৰ বিবৃতিত কয় যে, আহতসকলৰ চিকিৎসা আৰু অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ বহন কৰিবলৈ চৰকাৰে এংলোগোল্ড আশান্তীক নিৰ্দেশ দিয়ে।

Tags: AfricaGhanaGold

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025