• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জেমছ এণ্ডাৰছনৰ শ্ৰেষ্ঠ প্লেয়িং ১১; দলত চাৰিগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

Nation NE by Nation NE
January 22, 2025
in Top News, ক্ৰীড়া
0 0
জেমছ এণ্ডাৰছনৰ শ্ৰেষ্ঠ প্লেয়িং ১১; দলত চাৰিগৰাকী ভাৰতীয় ক্ৰিকেটাৰ
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন কিংবদন্তি বেগী বলাৰ জেমছ এণ্ডাৰছনক হয়টো চিনি নোপোৱা কোনো ক্ৰিকেট অনুৰাগী নাই। টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বেগী বলাৰ হৈছে এণ্ডাৰছন।

শেহতীয়াকৈ টকস্প’ৰ্ট ক্ৰিকেট ইউটিউব চেনেলত প্ৰাক্তন সতীৰ্থ ষ্টিভ হাৰমিছনৰ সৈতে বিশেষ সাক্ষাতকাৰত অংশ লৈছিল প্ৰাক্তন বেগী বলাৰগৰাকীয়ে। এই সময়ছোৱাত দুয়োজন কিংবদন্তিৰ মাজত সেই শ্ৰেষ্ঠ খেলুৱৈসকলৰ বিষয়ে আলোচনা হৈছিল। যাৰ লগত তেওঁ ক্ৰিকেট খেলপথাৰত মুখামুখি হৈছে।

কেৱল এয়াই নহয়, কথা-বতৰাৰ সময়ত যেতিয়া এণ্ডাৰছনক তেওঁৰ সৰ্বকালৰ শ্ৰেষ্ঠ একাদশৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ কিছুমান কিংবদন্তিক আওকাণ কৰি সকলোকে আচৰিত কৰি তুলিছিল।

জেমছ এণ্ডাৰছনে নিৰ্বাচন কৰা শ্ৰেষ্ঠ মূল একাদশ

এণ্ডাৰছনে নিজৰ দলৰ অপেনাৰ হিচাপে নিৰ্বাচিত কৰিছে এলেষ্টাৰ কুক আৰু বীৰেন্দ্ৰ ছেহৱাগক। মিডল অৰ্ডাৰৰ দায়িত্ব বিৰাট কোহলী, জো ৰুট আৰু শচীন টেণ্ডুলকাৰৰ কান্ধত। উইকেটকীপাৰ হিচাপে তেওঁ ভাৰতীয় যুৱ তাৰকা ঋষভ পন্তৰ বাহিৰে আন কাকো নিজৰ দলত অন্তৰ্ভুক্ত কৰা নাই।

অলৰাউণ্ডাৰ হিচাপে দলত স্থান দিছে এন্দ্ৰিউ ফ্লিনটফক। ইয়াৰ পিছত ষ্টুৱাৰ্ট ব্ৰড, গ্লেন মেকগ্ৰাথ আৰু ডেল ষ্টেইনক বেগী বলাৰ হিচাপে দলত স্থান দিছে। আনহাতে একমাত্ৰ স্পিনাৰ হিচাপে এণ্ডাৰছনৰ দলত আছে শ্বেন ৱাৰ্ন।

Tags: #cricketJames AndersonPlaying 11

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025