• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপুনিও কাগজৰ কাপত চাহ-কফি খায় নেকি? সাৱধান হওঁক, নহ’লে বিপদ অনিবাৰ্য…

Nation NE by Nation NE
January 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আপুনিও কাগজৰ কাপত চাহ-কফি খায় নেকি? সাৱধান হওঁক, নহ’লে বিপদ অনিবাৰ্য…
Share on FacebookShare on TwitterWhatsApp

আপুনি জানেনে আমি যি ডিচপ’জেবল কাপত চাহ বা কফি খাওঁ,  সেয়া স্বাস্থ্যৰ পক্ষে কিমান বিপদজনক? একাংশ স্বাস্থ্য বিশেষজ্ঞৰ মতে, ইয়াৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত অতি বিৰূপ প্ৰভাৱ পৰে। ডিচপ’জেবল কাপত চাহ বা কফি খোৱাটো লাহে লাহে বিষ স্ল পইজন খোৱাৰ দৰেই।

সাধাৰণতে যিকোনো তৰল বস্তু কাগজৰ কাপত নাথাকে। সেয়েহে পানী নিবাৰণৰ বাবে কাগজৰ কাপত অতিৰিক্ত পাতল তৰপ এটা প্ৰয়োগ কৰা হয়। এই স্তৰটো প্লাষ্টিকৰ অতি পাতল তৰপ। যিবোৰক মাইক্ৰ’প্লাষ্টিক বোলা হয়। এই মাইক্ৰ’প্লাষ্টিকসমূহ স্বাস্থ্যৰ বাবে অতি বিপদজনক।

যেতিয়া আমি কাগজৰ কাপত চাহ, কফি বা যিকোনো গৰম পানীয় ঢালি দিওঁ, তেতিয়া প্লাষ্টিকৰ সেই পাতল তৰপটোৰ পৰা অতি সৰু সৰু কণাবোৰ ওলাই আহে অৰ্থাৎ মাইক্ৰ’প্লাষ্টিক। এইবোৰ ইমানেই সৰু যে খালী চকুৰে মণিব নোৱাৰি। ইয়াৰ বাবে আমাক মাইক্ৰস্কোপৰ প্ৰয়োজন হ’ব। এই পদাৰ্থ কাপত থকা চাহ-কফিত দ্ৰৱীভূত হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত জটিল ৰোগ কেন্সাৰ হোৱাৰ আশংকা থাকে।

এক অধ্যয়ন অনুসৰি, এটা কাগজৰ কাপত প্ৰায় ২০,০০০ৰ পৰা ২৫,০০০ মাইক্ৰ’প্লাষ্টিক সৰু সৰু কণা থাকে। ইয়াৰ ফলত আপোনাৰ শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা হ’ব পাৰে। যিয়ে একে সময়তে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰো সৃষ্টি কৰে।

Tags: #HealthBenefitsdisposable cupHealth care

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025