• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
27 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক’ল্ডপ্লেৰ কনচাৰ্টত ব্ৰিটিছ গায়কৰ ‘বন্দে মাতৰমেৰে’ ভাৰতীয়ৰ হৃদয় জয়

Nation NE by Nation NE
January 27, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ক’ল্ডপ্লেৰ কনচাৰ্টত ব্ৰিটিছ গায়কৰ ‘বন্দে মাতৰমেৰে’ ভাৰতীয়ৰ হৃদয় জয়
Share on FacebookShare on TwitterWhatsApp

দেওবাৰে আহমেদাবাদৰ কনচাৰ্টৰ সময়ত কল্ডপ্লেৰ ফ্ৰন্টমেন ক্ৰীছ মাৰ্টিনে ভাৰতীয়ৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। অনুষ্ঠানৰ সময়ত তেওঁ ‘বন্দে মাতৰম’ আৰু ‘মা তুঝে চালাম’ গীত গাই সকলোকে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰো শুভেচ্ছা জনায়। তেওঁৰ প্ৰদৰ্শনে দৰ্শকক মোহিত কৰিছিল, তাৰ পিছত সমগ্ৰ কনচাৰ্টত দৰ্শকৰ গুঞ্জৰিত হাতচাপৰিৰে প্ৰতিধ্বনিত হয়।

ক্ৰীছ মাৰ্টিনে ভাৰত মাতা কো চালামৰ সৈতে কনচাৰ্টৰ সামৰণি মাৰি সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায়। কনচাৰ্টৰ সময়ত আন এক বিশেষ মুহূৰ্তত ক্ৰীছে ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহলৈ উৎসৰ্গা কৰিলে এটি সুন্দৰ গীত।

আহমেদাবাদৰ কনচাৰ্টত ক্ৰীছে হিন্দী ভাষাত দৰ্শক সম্ভাষণ জনোৱাৰ লগতে ইয়াৰ পূৰ্বে ২৫ জানুৱাৰীত  ক্ৰীছেও গুজৰাটী ভাষাত অনুৰাগীসকলক সম্বোধন কৰিছিল। ইয়াৰ বাবেই ভাৰতীয় দৰ্শকৰ মাজত তেওঁৰ জনপ্ৰিয়তা বাঢ়িছে।

ডিজনী প্লাছ হটষ্টাৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কল্ডপ্লেৰ ফ্ৰন্টমেন ক্ৰীছে ৰাষ্ট্ৰীয় গীতটো গোৱা দেখা গৈছে। দেওবাৰৰ এই অনুষ্ঠানটো ডিজনী প্লাছ হটষ্টাৰত লাইভ ষ্ট্ৰীম কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় গায়িকা জেছলিন ৰয়েলে মঞ্চত কল্ডপ্লেৰ ফ্ৰন্টমেন ক্ৰীছ মাৰ্টিনৰ সৈতে যোগ দি এটা যুটি গীত গায়, যিটো আছিল বেণ্ডটোৰ শেহতীয়া এলবাম মুন মিউজিকৰ ট্ৰেক ‘উই প্ৰে’।

Tags: Chris MartinColdplayConcert

Related Posts

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…
Top News

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…

May 9, 2026
বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ
Top News

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

May 9, 2026
ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…
Top News

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

May 9, 2026
বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?
Top News

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

May 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026

শীৰ্ষ সংবাদ

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025