• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 31, 2025
29 °c
Guwahati
28 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

    দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

    বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

    গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কিয় পাকিস্তানৰ সংবাদ মাধ্যম?

    মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি

    মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      তৃষাৰ অভিলেখ; মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব টি-২০ বিশ্বকাপত এই অভিলেখ গঢ়া প্ৰথমগৰাকী ক্ৰিকেটাৰ

      Nation NE by Nation NE
      January 28, 2025
      in Top News, ক্ৰীড়া
      0 0
      তৃষাৰ অভিলেখ; মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব টি-২০ বিশ্বকাপত এই অভিলেখ গঢ়া প্ৰথমগৰাকী ক্ৰিকেটাৰ
      Share on FacebookShare on TwitterWhatsApp

      মালয়েছিয়াত চলি থকা মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব টি-২০ বিশ্বকাপৰ আজি এখন গুৰুত্বপূৰ্ণ মেচত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ভাৰত। এই মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত এটা উইকেটৰ বিনিময়ত ২০৮ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে।

      ভাৰতীয় দলৰ অপেনাৰ গোংগাদী তৃষাই শতকীয় ইনিংছেৰে ইতিহাস ৰচিবলৈ সক্ষম হয়। আজিলৈকে মহিলা অনূৰ্ধ্ব টি-২০ বিশ্বকাপত কোনো ক্ৰিকেটাৰে শতকীয় ইনিংছ খেলিব পৰা নাছিল।

      গোংগাদী তৃষাৰ আছিল কেৰিয়াৰৰ এইটো প্ৰথম শতক। ইয়াৰ উপৰি মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব টি-২০ বিশ্বকাপত শতক অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। ১৭.৬ অভাৰত এই কৃতিত্ব অৰ্জন কৰে। ৫৩ বলত শতক সম্পূৰ্ণ কৰে তৃষাই।

      উল্লেখ্য যে, প্ৰথম উইকেটত ১৪৭ ৰানৰ পাৰ্টনাৰশ্বিপ আগবঢ়াই গংগাদী তৃষা আৰু কমলিনী গুনালনই। ৪২টা বলত ৫১ ৰান সংগ্ৰহ কৰি আউট হয় কমলিনী। ইয়াৰ পিছত ছানিকা চালকেৰ সৈতে ৬১ ৰান সংযোজন কৰে। ২০টা বলত ২৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ছানিকা। গোংগাদী তৃষাই ১৮৬.৪৪ ষ্ট্ৰাইক ৰেটত ৫৯টা বলত ১১০ ৰান সংগ্ৰহ কৰে। য’ত আছিল ১৩টা চাৰি আৰু ৪টা ছয়।

      ইফালে স্কটলেণ্ড দলে বিশাল লক্ষ্য পিছা কৰিবলৈ আহি মাত্ৰ ৫৮ ৰানতে অলআউট হৈ লজ্জাজনক পৰাজয়বৰণ কৰে। ১৫০ ৰানৰ বিশাল ব্যৱধানত জয়ী হোৱা ভাৰতৰ হৈ আয়ুষী শুকলাই চাৰিটা, বৈষ্ণৱী শৰ্মাই তিনিটা আৰু গোংগাদী তৃষাই তিনিটা উইকেট লাভ কৰে। বেটে-বলে উজলি উঠা তৃষাই লাভ কৰে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।

      Tags: Gongadi TrishaIndiaUnder 19 T20 World Cup

      Related Posts

      হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা
      Top News

      তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

      July 31, 2025
      শৰীৰৰ পৰা হাই কলেষ্টেৰ’ল নোহোৱা কৰিবলৈ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক এই খাদ্য
      Top News

      ৰাতিপুৱা খালী পেটত কি কি খাদ্যগ্ৰহণ কৰিব নালাগে জানো আহক

      July 31, 2025
      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…
      Top News

      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

      July 31, 2025
      দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত
      Top News

      দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

      July 31, 2025
      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান
      Top News

      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

      July 31, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      July 31, 2025

      শীৰ্ষ সংবাদ

      তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

      ৰাতিপুৱা খালী পেটত কি কি খাদ্যগ্ৰহণ কৰিব নালাগে জানো আহক

      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

      দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist