• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপ্ৰতিৰোধ্য! দুদিনত দুটাকৈ ডাঙৰ বঁটাৰে সন্মানিত জশপ্ৰীত বুমৰাহ…

Nation NE by Nation NE
January 28, 2025
in Top News, ক্ৰীড়া
0 0
অপ্ৰতিৰোধ্য! দুদিনত দুটাকৈ ডাঙৰ বঁটাৰে সন্মানিত জশপ্ৰীত বুমৰাহ…
Share on FacebookShare on TwitterWhatsApp

২৭ জানুৱাৰী অৰ্থাত সোমবাৰে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা যশপ্ৰীত বুমৰাহে আজি লাভ কৰিলে আন এক সন্মান। ‘আইচিচি পুৰুষ ক্ৰিকেটাৰ অৱ দ্যা ইয়েৰ’ হিচাপে নিৰ্বাচিত কৰা হৈছে সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বেগী বলাৰ বুমৰাহক।

৩১ বছৰীয়া বেগী বলাৰগৰাকীয়ে ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ভাৰতৰ সফলতাত যথেষ্ট অৰিহণা আগবঢ়াইছিল। কেৱল এয়াই নহয়, দ্বিতীয়বাৰৰ বাবে দেশক টি-২০ চেম্পিয়ন কৰোৱাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যাৰ বাবে তেওঁ ‘আইচিচিৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা’ লাভ কৰিবলৈ সক্ষম হয়।

আপুনি জানি আচৰিত হ’ব যে সন্মানীয় ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ বঁটাৰ বাবে (আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ বঁটাৰ বাবে) বুমৰাহৰ সৈতে তালিকাত আছিল অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ট্ৰেভিছ হেডৰ লগতে ইংৰাজ বেটছমেন জো ৰুট আৰু হেৰী ব্ৰুক। কিন্তু আটাইকেইগৰাকী তাৰকা ক্ৰিকেটাৰকে পিছ পেলাই তেওঁ এই সন্মানীয় বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, এই পৰ্যন্ত পাঁচগৰাকী ভাৰতীয় ক্ৰিকেটাৰে লাভ কৰিছে এই সন্মানীয় বঁটা। বুমৰাহৰ পূৰ্বে ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, ৰবিচন্দ্ৰন অশ্বিন আৰু বিৰাট কোহলীয়ে এই বঁটা লাভ কৰিছিল।

কোন ভাৰতীয় ক্ৰিকেটাৰে কিমান চনত লাভ কৰিছিল এই বঁটা

ৰাহুল দ্ৰাবিড়- ২০০৪

শচীন তেণ্ডুলকাৰ- ২০১০

ৰবিচন্দ্ৰন অশ্বিন- ২০১৬

বিৰাট কোহলী- ২০১৭ আৰু ২০১৮

জশপ্ৰীত বুমৰাহ- ২০২৪

Tags: ICCJasprit BumrahMens Cricketer of The Year

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025