• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভোটৰ প্ৰাক-মুহূৰ্তত দল ত্যাগ কৰা ৮ বিধায়কৰ বিজেপিত যোগদান

Nation NE by Nation NE
February 1, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
ভোটৰ প্ৰাক-মুহূৰ্তত দল ত্যাগ কৰা ৮ বিধায়কৰ বিজেপিত যোগদান
Share on FacebookShare on TwitterWhatsApp

দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰা শাসকীয় দল আম আদমী পাৰ্টীৰ ৮ জন বিধায়কে আজি বিজেপিত যোগদান কৰিছে। দিল্লী বিজেপিৰ অধ্যক্ষ বীৰেন্দ্ৰ সচদেৱা আৰু বৈজয়ন্ত জয় পাণ্ডাৰ উপস্থিতিত বিধায়ক কেইগৰাকীয়ে বিজেপিত যোগদান কৰে।

আপ ত্যাগ কৰি বিজেপিত যোগদান কৰা বিধায়ক কেইজন হৈছে আদৰ্শ নগৰৰ পৱন শৰ্মা, মাদীপুৰ সমষ্টিৰ গিৰিশ ছোনী, জনকপুৰী সমষ্টিৰ বিধায়ক ৰাজেশ ঋষি, ৱিজবাছনৰ বিধায়ক ভূপেন্দ্ৰ সিং জুন, পালমৰ বিধায়ক ভাৱনা গৌড়, ত্ৰিলোকপুৰী সমষ্টিৰ ৰোহিত মেহৰৌলিয়া, কস্তুৰবানগৰ সমষ্টিৰ বিধায়ক মদন লাল, মহৰোলীৰ বিধায়ক নৰেশ যাদৱ।

উল্লেখ্য যে, ৩১ জানুৱাৰীত আম আদমী পাৰ্টিক মোক্ষম আঘাত দি ৮ জন বিধায়কে দল ত্যাগ কৰিছিল। এতিয়া এই বিধায়কসকলে বিজেপিত যোগদান কৰিছে। সূত্ৰ অনুসৰি এই বিধায়কসকলে নিৰ্বাচনৰ টিকট নিদিয়াৰ বাবে ক্ষুব্ধ হৈ আন দলৰ সৈতে যোগাযোগত আছিল। একাংশ বিধায়কে পদত্যাগ পত্ৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দুৰ্নীতি আৰু অন্যান্য বিষয়ক লৈ আম আদমী পাৰ্টিক লক্ষ্য কৰি লয়।

Tags: #AAPBJPDelhi Assembly Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025