• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপ্ৰতিৰোধ্য: দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপত খিতাপ দখল ভাৰতৰ

Nation NE by Nation NE
February 2, 2025
in Top News, ক্ৰীড়া
0 0
অপ্ৰতিৰোধ্য: দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপত খিতাপ দখল ভাৰতৰ
Share on FacebookShare on TwitterWhatsApp

১৯ৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ২০২৫ ভাৰতৰ বাবে আছিল অতি বিশেষ। সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে কোনো এখনো মেচতে পৰাস্ত নোহোৱাকৈয়ে খিতাপ দখল কৰে।

শেষত ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টীম ইণ্ডিয়াই একেৰাহে দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। এই বিশ্বকাপত ভাৰতৰ যুৱ খেলুৱৈ গোংগডী তৃষাৰ বাবে বহুত ভাল আছিল।

প্ৰায় প্ৰতিখন মেচতে ৰান সংগ্ৰহ কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ এনে এটা কৃতিত্বও কৰিলে, যি এই প্ৰতিযোগিতাত পূৰ্বতে আন কোনোৱে কৰিব নোৱাৰিলে।

২০২৫ চনৰ ১৯ ৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত সফল বেটছমেন হিচাপে পৰিগণিত হৈছিল গোংগডী তৃষা। তেওঁ দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাত খিতাপ দখল কৰে।

গোংগডী তৃষাই এইবাৰ বেটৰ সৈতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৭খন মেচৰ ৭ ইনিংছত ৩০৫ ৰান সংগ্ৰহ কৰি গড়ে ৭৬.২৫ আৰু ষ্ট্ৰাইক ৰেট ১৪৭.৩৪ ৰান সংগ্ৰহ কৰে।  উল্লেখ্য যে, এই প্ৰতিযোগিতাত শতক অৰ্জন কৰা একমাত্ৰ বেটছমেন।

এই শক্তিশালী প্ৰদৰ্শনেৰে গোংগডী তৃষাই ১৯ৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত এক বৃহৎ কৃতিত্ব অৰ্জন কৰে। এই প্ৰতিযোগিতাৰ একক সংস্কৰণত ৩০০ ৰানৰ সীমা অতিক্ৰম কৰা প্ৰথমগৰাকী বেটছমেন। ইয়াৰ পূৰ্বে এটা সংস্কৰণত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছিল ভাৰতীয় বেটছমেন শ্বেতা ছেহৰাৱতৰ নামত।

২০২৩ চনৰ ১৯ৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত শ্বেতাই গড়ে ৯৯ ৰান আৰু ১৩৯ ষ্ট্ৰাইক ৰেটত ২৯৭ ৰান সংগ্ৰহ কৰিছিল। পিছে এইবাৰ তৃষাৰ পিছতেই ইংলেণ্ডৰ ডেভিনা পেৰিনে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। পেৰিনে ১৭৬ ৰান সংগ্ৰহ কৰে।

চূড়ান্ত খেলখনত প্ৰথমে বেটিং কৰা দক্ষিণ আফ্ৰিকাৰ দলটোৱে মাত্ৰ ৮২ ৰান সংগ্ৰহ কৰি অল আউট হয়। ইয়াৰ পাছতে ৮৩ ৰানৰ লক্ষ্য লৈ গোংগডী তৃষাই টীম ইণ্ডিয়াৰ ভাল আৰম্ভণি কৰে।

এই সময়ছোৱাত গোংগডী তৃষাই ১৩৩.৩৩ ষ্ট্ৰাইক ৰেটত ৩৩টা বলত অপৰাজিত হৈ ৪৪ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দিশলৈ আগুৱাই লৈ যায়।

Tags: #cricketIndiaSports

Related Posts

দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 12, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

শীৰ্ষ সংবাদ

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025