• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সাৱধান! অনিয়মীয়া ঋতুস্ৰাৱে কেনেধৰণে ক্ষতি কৰিব আপোনাৰ?

Nation NE by Nation NE
February 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সাৱধান! অনিয়মীয়া ঋতুস্ৰাৱে কেনেধৰণে ক্ষতি কৰিব আপোনাৰ?
Share on FacebookShare on TwitterWhatsApp

সাধাৰণতে এগৰাকী মহিলাৰ ঋতুস্ৰাৱ নহ’লে প্ৰথমে মনলৈ আহে গৰ্ভধাৰণ। পিৰিয়ডৰ অভাৱ সদায় গৰ্ভাৱস্থাৰ লক্ষণ বুলি গণ্য কৰা হয়। এই কাৰণতে মাহেকীয়া নোহোৱা হোৱাটো গৰ্ভাৱস্থাৰ লগত জড়িত হৈ আছে।

অৱশ্যে এই কথা প্ৰতিবাৰেই সঁচা হ’বই লাগিব বুলি ক’ব নোৱাৰি। মাহেকীয়া নোহোৱা হোৱাৰ আঁৰত আন বহুতো কাৰণ থাকিব পাৰে (Missed Periods Causes), যিবোৰৰ প্ৰতি মহিলাসকলে প্ৰায়ে গুৰুত্ব নিদিয়ে।

বিশেষজ্ঞসকলে ইয়াৰ কাৰণসমূহ দৰ্শাই কয় যে-

থাইৰয়ডৰ সমস্যা –  থাইৰয়ড গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা হৰম’নে ঋতুচক্ৰ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হাইপোথাইৰয়ডিজম (অনডাৰএক্টিভ থাইৰয়ড) বা হাইপাৰথাইৰয়ডিজম (অভাৰএক্টিভ থাইৰয়ড) দুয়োটাই ঋতুচক্ৰত প্ৰভাৱ পেলাব পাৰে। গতিকে পিৰিয়ড নোহোৱা হোৱাটোও থাইৰয়ড সম্পৰ্কীয় সমস্যাৰ লক্ষণ হ’ব পাৰে।

পলিচিষ্টিক অভাৰী চিণ্ড্ৰম (PCOS) –  পিচিঅ’এছ হৈছে এক হৰম’ন বিকাৰ, যিয়ে মহিলাৰ অনিয়মিত মাহেকীয়া, অত্যধিক চুলি বৃদ্ধি আৰু ব্ৰণ আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বাৰে বাৰে মাহেকীয়া নোহোৱা হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ পিচিঅ’এছ পৰীক্ষা কৰাব লাগে।

প্ৰ’লেক্টিনৰ মাত্ৰা বৃদ্ধি– প্ৰ’লেক্টিন হৈছে এনে এক হৰম’ন, যিয়ে স্তনপানৰ সময়ত গাখীৰ উৎপাদনত সহায় কৰে। কিন্তু যদি ইয়াৰ মাত্ৰা বেছি হয়, তেন্তে ই ঋতুচক্ৰত ব্যাঘাত জন্মাব পাৰে।

মানসিক চাপ– অত্যধিক মানসিক চাপে কৰ্টিছল হৰম’ন বৃদ্ধি কৰিব পাৰে, যিয়ে প্ৰজনন হৰম’নত প্ৰভাৱ পেলায় আৰু ঋতুচক্ৰ অনিয়মিত কৰি তুলিব পাৰে।

ওজনৰ পৰিৱৰ্তন– অতিৰিক্ত বা কম ওজন এই দুয়োটা অৱস্থাতে ঋতুচক্ৰ অনিয়মিত হ’ব পাৰে। হঠাৎ ওজনৰ পৰিৱৰ্তন মাহেকীয়াৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।

ঔষধ- কিছুমান বিশেষ ঔষধ যেনে জন্ম নিয়ন্ত্ৰণৰ বড়ি, এন্টি-চাইকোটিক ঔষধ আৰু কিছুমান প্ৰকাৰৰ ষ্টেৰইড আদিয়েও ঋতুচক্ৰত প্ৰভাৱ পেলাব পাৰে।

ব্যায়াম- অত্যধিক শাৰীৰিক ব্যায়ামেও পিৰিয়ড অনিয়মিত কৰি তুলিব পাৰে।

অপুষ্টিকৰ খাদ্য- খাদ্যত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান যেনে- আইৰণ, আয়’ডিন আদিৰ অভাৱেও ঋতুচক্ৰ অনিয়মিত কৰি তুলিব পাৰে।

প্ৰিমেচিউৰ ওভেৰি ফেইলাৰ (POF)-এই অৱস্থাত মহিলাৰ ডিম্বাশয়ৰ কাম অকালতে বন্ধ হৈ পৰে, যাৰ ফলত ঋতুচক্ৰ বন্ধ হৈ পৰে।

পেলভিক ইনফ্লেমেটৰী ডিজিজ (PID) – এই সংক্ৰমণে মাইকী প্ৰজনন অংগত আক্ৰান্ত আৰু মাহেকীয়া অনিয়মিত কৰি তুলিব পাৰে।

কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগ – কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগ আৰু ইয়াৰ চিকিৎসাৰ দ্বাৰাও ঋতুচক্ৰত প্ৰভাৱ পৰিব পাৰে।

পৰীক্ষা কেতিয়া কৰিব লাগে?

একেৰাহে দুমাহ বা তাতকৈ অধিক সময় মাহেকীয়া নোহোৱা হ’লে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। নিজৰ লক্ষণৰ ওপৰত ভিত্তি কৰি চিকিৎসকে প্ৰয়োজনীয় পৰীক্ষা কৰিব আৰু ঔষধ দিব পাৰে।

Tags: HealthPeriodsWomen Health

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025