• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফী ২০২৫ক লৈ ‘চুলতান অৱ ছুইং’ ৱাছিম আক্ৰমৰ মন্তব্য

Nation NE by Nation NE
February 4, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফী ২০২৫ক লৈ ‘চুলতান অৱ ছুইং’ ৱাছিম আক্ৰমৰ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

বিখ্যাত ‘চুলতান অৱ ছুইং’ নামেৰে পৰিচিত ৱাছিম ​​আক্ৰমে এইবাৰ চেম্পিয়নছ ট্ৰফী খিতাপক লৈ এক মন্তব্য কৰিছে।

ডুবাইত অনুষ্ঠিত এক সংবাদমেলত আক্ৰামক চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বিজয়ীৰ বিষয়ে সোধা হৈছিল, যাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পাকিস্তানীৰ প্ৰাক্তন কিংবদন্তি বলাৰগৰাকীয়ে।

আচলতে এজন সাংবাদিকে আক্ৰামক সুধিছিল যে ,পাকিস্তানৰ দলটোৱে চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰিব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰ দি আক্ৰমে কয় যে, তেওঁ বিচাৰে যেন পাকিস্তানে চেম্পিয়নছ ট্ৰফী খিতাপ জয় কৰাত সফল হয়। কিন্তু পাকিস্তানৰ বাবে সেয়া ইমানো সহজ নহয়। শীৰ্ষ ৮ টা দলে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখলৰ বাবে ইজনে সিজনৰ মুখামুখি হ’ব।

ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খেল।

১৯৯৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানত আয়োজন কৰা হৈছে এখন বৃহৎ আই চি চি প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দলসমূহক দুটা গ্ৰুপত স্থান দিয়া হৈছে। গ্ৰুপ A ত ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ডৰ দল অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গ্ৰুপ B ত আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দল অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰতিটো গ্ৰুপৰ পৰা দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ইয়াৰ উপৰিও সকলো দলে ১১ ফেব্ৰুৱাৰীৰ ভিতৰত নিজৰ চূড়ান্ত দল ঘোষণা কৰিব লাগিব।

Tags: #cricketChampions TrophySports

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025