• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিপদে লগ এৰা নাই বেঞ্জামিন নেতান্যাহুৰ! এইবাৰ পত্নীৰ বিৰুদ্ধে আৰম্ভ তদন্ত

Nation NE by Nation NE
February 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বিপদে লগ এৰা নাই বেঞ্জামিন নেতান্যাহুৰ! এইবাৰ পত্নীৰ বিৰুদ্ধে আৰম্ভ তদন্ত
Share on FacebookShare on TwitterWhatsApp

বিপদে লগ এৰা নাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন আৰু তেওঁৰ পত্নী চাৰা নেতান্যাহুৰ বিৰুদ্ধে এটা গোচৰত তদন্ত আৰম্ভ কৰিছে। ইজৰাইলৰ সৰ্বোচ্চ আইন উপদেষ্টা (এটৰ্ণি জেনেৰেল) কাৰ্যালয়ে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। যদিহে দুয়োজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে কাৰাবাস খাটিবলগীয়া হ’ব পাৰে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ভয়-ভীতিৰে দেশখনৰ সৰ্বোচ্চ আইন উপদেষ্টাক হায়ৰান কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ইজৰাইলৰ বিৰোধী ৰাজনীতিবিদসকলে নেতান্যাহুৰ বিৰুদ্ধে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰি ইজৰাইলৰ ষ্টেট এটৰ্নীলৈ পত্ৰ লিখি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পত্নীয়ে স্বামীৰ দুৰ্নীতিৰ গোচৰত হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছে।

এতিয়া এই বিষয়টো সন্দৰ্ভত ইজৰাইল ষ্টেট এটৰ্নীৰ কাৰ্যালয়ে নেতান্যাহু আৰু তেওঁৰ পত্নী চাৰা নেতান্যাহুৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পত্নী চাৰা নেতান্যাহুৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ হৈছে বুলি ইজৰাইল ষ্টেট এটৰ্নী কাৰ্যালয়ে প্ৰকাশ কৰিছে।

নেতান্যাহুৰ পত্নীৰ উপৰি ইজৰাইলৰ আদালতত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ আৰু অন্যান্য দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত একাধিক গোচৰ সম্প্ৰতি বিচাৰাধীন হৈ আছে।

Tags: Benjamin NetanyahuIsraelSara Netanyahu

Related Posts

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025

শীৰ্ষ সংবাদ

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025