• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘শুভ মুহূৰ্তৰ বাবে অপেক্ষা কৰিছে নেকি?’ বিদেশী বিতাড়ন নকৰাৰ বাবে অসম চৰকাৰক সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ

Nation NE by Nation NE
February 4, 2025
in Top News, অসম
0 0
‘শুভ মুহূৰ্তৰ বাবে অপেক্ষা কৰিছে নেকি?’ বিদেশী বিতাড়ন নকৰাৰ বাবে অসম চৰকাৰক সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ
Share on FacebookShare on TwitterWhatsApp

অবৈধ ঘোষণা হোৱা ‘বিদেশী’ক বিতাড়ন কৰাৰ বিপৰীতে দীৰ্ঘদিনৰ পৰা ডিটেনচন চেণ্টাৰত আৱদ্ধ কৰি ৰখাৰ বাবে মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। ‘আপোনালোকে শুভ মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছে নেকি’, ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠে এইদৰে প্ৰশ্ন কৰে অসম চৰকাৰক।

শীঘ্ৰেই অবৈধ বিদেশীসকলক বিতাড়ন কৰাৰ বাবে অসম চৰকাৰক নিৰ্দেশ দিয়ে দুজনীয়া বিচাৰপীঠে। অসম চৰকাৰে বিদেশী নাগৰিকসকলৰ ঠিকনা নাজানো বুলি উল্লেখ কৰা প্ৰসংগত আদালতে কয় যে তেওঁলোকক নিজৰ ৰাজধানীলৈ বিতাড়ন কৰক।

‘তেওঁলোকৰ ঠিকনা নাজানো বুলি কৈ আপোনালোকে তেওঁলোকক বিতাড়ন কৰা নাই। আপোনালোকে তেওঁলোকক বিদেশী ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিব লাগিব। আপোনালোকে শুভ মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছে নেকি’, বিচাৰপীঠে এইদৰে মন্তব্য কৰে।

‘যেতিয়া আপোনালোকে এজন লোকক বিদেশী বুলি ঘোষণা কৰে তাৰ পিছত যুক্তিসংগত পদক্ষেপ গ্ৰহণ কৰিব লাগে। আপোনালোকে তেওঁলোকক অনন্তকাললৈকে আৱদ্ধ কৰি ৰাখিব নোৱাৰে। সংবিধানৰ ২১ নং অনুচ্ছেদ আছে। অসমত আছে বহু বিদেশী ডিটেনচন চেণ্টাৰ। আপোনালোকে কিমানক বিতাড়িত কৰিছে?’ অসম চৰকাৰক এইদৰে প্ৰশ্ন কৰে সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে।

ইয়াৰ উপৰি, সৰ্বোচ্চ ন্যায়ালয়ে ডিটেনচন চেণ্টাৰত আৱদ্ধ হৈ থকা ৬৩ গৰাকী বিদেশী নাগৰিকক দুসপ্তাহৰ ভিতৰত বিতাড়ন কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি কম্প্লাইয়েন্স শপতনামা দাখিল কৰিলৈ কয়।

Tags: Assam GovernmentDeportationForeignerSupreme Court

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026

শীৰ্ষ সংবাদ

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025