• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা অলৰাউণ্ডাৰে ল’লে অৱসৰ

Nation NE by Nation NE
February 6, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা অলৰাউণ্ডাৰে ল’লে অৱসৰ
Share on FacebookShare on TwitterWhatsApp

অষ্ট্ৰেলিয়াৰ তাৰকা অল ৰাউণ্ডাৰ মাৰ্কাছ ষ্ট’ইনিছে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ৫০ অভাৰৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ষ্ট’ইনিছে খেলিছে মুঠ ৭১খন মেচ।

বৃহস্পতিবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে টি-২০ ক্ৰিকেটত অধিক মনোনিৱেশ কৰাৰ বাবে ষ্ট’ইনিছে ৫০ অভাৰৰ ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এদিনীয়াৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে এতিয়া তেওঁৰ ঠাইত চেম্পিয়নছ ট্ৰফীৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই আন এজন খেলুৱৈক অন্তৰ্ভুক্ত কৰিব।

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰাৰ বাবে মই নিজকে ধন্য বুলিও ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰকাশ কৰা বিবৃতিত ষ্ট’ইনিছে প্ৰকাশ কৰে।

অষ্ট্ৰেলিয়াৰ হৈ দহ বছৰ পূৰ্বে অৰ্থাত ২০১৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে অল্ড ট্ৰেফৰ্ডত এদিনীয়া কেৰিয়াৰ আৰম্ভ হৈছিল আৰু একেটা ভ্ৰমণতে তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় টি-২০ও খেলাৰ সুযোগ লাভ কৰিছিল।

২০২৩ বৰ্ষত ভাৰতত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়া দলৰ গুৰুত্বপূৰ্ণ সদস্য আছিল মাৰ্কাছ ষ্ট’ইনিছ। তেওঁ ২০১৮-১৯ বৰ্ষত দেশৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ সন্মানো লাভ কৰিছিল।

৭১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত ষ্ট’ইনিছে ১৪৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে লাভ কৰিছে ৪৮টা উইকেট।

Tags: #cricketAustraliaChampions TrophyMarcus StoinisODI

Related Posts

দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 12, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

শীৰ্ষ সংবাদ

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025