• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, January 27, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হৰ্ষিত ৰানাই ৰচিলে ইতিহাস; অভিষেক মেচত বিশেষ কৃতিত্ব গঢ়া প্ৰথমগৰাকী ভাৰতীয়

Nation NE by Nation NE
February 6, 2025
in Top News, ক্ৰীড়া
0 0
হৰ্ষিত ৰানাই ৰচিলে ইতিহাস; অভিষেক মেচত বিশেষ কৃতিত্ব গঢ়া প্ৰথমগৰাকী ভাৰতীয়
Share on FacebookShare on TwitterWhatsApp

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন এদিনীয়া মেচত হৰ্ষিত ৰানাই চমকপ্ৰদ প্ৰদৰ্শনেৰে বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। আজিৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হোৱা নাগপুৰ এদিনীয়াত হৰ্ষিতক অভিষেক ঘটোৱাৰ সুযোগ দিছে ভাৰতে।

এই মেচখনত প্ৰথমে বেটিং কৰা ইংলেণ্ডৰ তিনিটা উইকেট দখল কৰে হৰ্ষিত ৰানাই।

নাগপুৰ এদিনীয়াত হৰ্ষিত ৰানাই ৰচিলে ইতিহাস। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰে অভিষেক মেচত তিনিটা বা তাতোকৈ অধিক উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৰানা।

ভাৰতে নাগপুৰ এদিনীয়াত ইংলেণ্ডক ২৪৮ ৰানত অলআউট কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ হৰ্ষিতে ৭ অভাৰত ৫৩ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে।

হৰ্ষিত ৰানাই অভিষেক টি-২০ মেচখনতো ইংলেণ্ডৰ বিৰুদ্ধে পুণেত ৩৩ ৰানত তিনিটা উইকেট লাভ কৰিছিল। আনহাতে অভিষেক টেষ্ট মেচতো তেওঁ তিনিটা উইকেট লাভ কৰিছিল। অলপতে অষ্ট্ৰেলিয়াৰ ভূমিত অনুষ্ঠিত হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ অভিষেক ঘটিছিল।

Tags: Debut MatchHarshit RanaIndia vs England

Related Posts

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল,  জানক সবিশেষ
Top News

January 27, 2026
শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026

শীৰ্ষ সংবাদ

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025