• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেখিবলৈ শূন্য, কিন্তু ওলট-পালট কৰিলে আপৰ স্বপ্ন…

লজ্জাজনক! কংগ্ৰেছৰ ৬৭ গৰাকী প্ৰাৰ্থীৰে জব্দ আমানতৰ ধন

Nation NE by Nation NE
February 9, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
দেখিবলৈ শূন্য, কিন্তু ওলট-পালট কৰিলে আপৰ স্বপ্ন…
Share on FacebookShare on TwitterWhatsApp

সুদীৰ্ঘ ২৭ বছৰৰ প্ৰতীক্ষাৰ অন্তত দিল্লীৰ শাসনলৈ উভতিল বিজেপি। ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ বিপৰীতে এই নিৰ্বাচন আম আদমী পাৰ্টিৰ বাবে এক বৃহৎ বিপৰ্যয় বুলি প্ৰমাণিত হয়। কেৱল এয়াই নহয় চতুৰ্থবাৰৰ বাবে ক্ষমতালৈ অহাৰ সপোনো চূৰ্ণ বিচূৰ্ণ হয় আপৰ।

বিজেপিৰ ঐতিহাসিক বিজয় আৰু আপ ক্ষমতাচ্যুত হোৱাৰ মাজতে কংগ্ৰেছক লৈ এতিয়া ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা। নিৰ্বাচনত কংগ্ৰেছ দলটোৱে খাটা খুলিব নোৱাৰিলেও দলটোৱে আপৰ সকলো সমীকৰণ ওলট পালট কৰি দিয়ে।

এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ৭০ খন আসনৰ ভিতৰত ৪৮ খন আসনত জয়লাভ কৰে। ইয়াৰ বিপৰীতে মাত্ৰ ২২ খন আসনতে সীমাবদ্ধ থাকিল আম আদমী পাৰ্টি। কিন্তু দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনতো শোচনীয় ফলাফল দেখুৱায়। দলটোৱে আসনৰ খাটা খুলিবলৈয়ে সক্ষম নহ’ল।

কেৱল এয়াই নহয় ৭০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা দলটোৰ ৬৭ গৰাকী প্ৰাৰ্থীৰে জব্দ হয় আমানতৰ ধন। কিন্তু ইমানৰ পিছতো দলটোৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে ওলট পালট কৰি দিলে আপৰ সমীকৰণ। পৃথকে পৃথকে নিৰ্বাচন খেলাৰ ফল ভোগ কৰিলে দুয়োটা দলে।

উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ কেইবাজনো শীৰ্ষ নেতাই পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছে। ইয়াৰ ভিতৰত আছে আপ প্ৰধান তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়া, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ দৰে নেতা। এই সকল নেতাৰ পৰাজয়ত পৰোক্ষ ভূমিকা গ্ৰহণ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে।

কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’লে হয়টো বিপৰীত ফলাফল দেখা পোৱাৰ সম্ভাৱনা আছিল।

নতুন দিল্লী বিধানসভাৰ আসনৰ পৰা বিজেপিৰ পৰৱেশ বাৰ্মাই অৰবিন্দ কেজৰিৱালক ৪০৮৯টা ভোটত পৰাস্ত কৰে। এই সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতে লাভ কৰে ৪৫৬৮টা ভোট। জাংপুৰাত মনীষ ছিচ’দিয়াক বিজেপিৰ প্ৰাৰ্থী তৰবিন্দৰ সিং মাৰৱাই ৬৭৫টা ভোটত পৰাস্ত কৰে। ইয়াত কংগ্ৰেছ প্ৰাৰ্থী ফাৰহাদ ছুৰীয়ে লাভ কৰে ৭৩৫০ টা ভোট। এই পৰিসংখ্যাৰ পৰা এটা কথা স্পষ্ট যে যদিহে দুয়োটা দল একত্ৰিত হ’লহেঁতেন তেন্তে বিজেপিৰ বিপক্ষে গ’লহেঁতেন ফলাফল।

কেৱল এই দুজন নেতাৰ ক্ষেত্ৰতে নহয় ৭০ খন আসনৰ প্ৰায় ১১ খন আসনতে এইধৰণৰ পৰিসংখ্যা দেখা পোৱা যায়। অৰ্থাত দুয়োটা দলে একত্ৰিত হৈ নিৰ্বাচন খেলিলে দুয়োটা পক্ষই লাভান্বিত হ’লহেঁতেন বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।

Tags: #AAP#Congress#DelhiBJPDelhi Assembly Election

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025