• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহমেদাবাদত উজলিল শুভমন গিল; গঢ়িলে পাঁচটা ডাঙৰ অভিলেখ

Nation NE by Nation NE
February 12, 2025
in Top News, উত্তৰ পূৱ
0 0
আহমেদাবাদত উজলিল শুভমন গিল; গঢ়িলে পাঁচটা ডাঙৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় তথা অন্তিমখন এদিনীয়া মেচত শতক অৰ্জন কৰি কেইবাটাও ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতীয় দলৰ উদীয়মান তাৰকা শুভমন গিলে। আহমেদাবাদত অনুষ্ঠিত খেলখনত গিলে ১১২ ৰানৰ দৰ্শনীয় শতকীয় ইনিংছ খেলে।

আজিৰ এই ইনিংছটোৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত বিশেষ কৃতিত্বৰ অধিকাৰী হয় গিল। তেওঁ এদিনীয়া ক্ৰিকেটৰ ৫০টা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

৫০ টা এদিনীয়া ইনিংছৰ অন্তত গিলৰ নামত ২৫৮৭ ৰান আছে আৰু এই ক্ষেত্ৰত তেওঁ বিৰাট কোহলী আৰু হাছিম আমলাকে ধৰি বহু মহান খেলুৱৈক অতিক্ৰম কৰিছে।

৫০টা এদিনীয়া ইনিংছৰ পিছত সৰ্বাধিক ৰান

এদিনীয়া কেৰিয়াৰৰ প্ৰথম ৫০টা ইনিংছত ৭টা শতক আৰু ১৫টা অৰ্ধশতককে ধৰি ২৫৮৭ ৰান সংগ্ৰহ কৰিছে শুভমন গিলে। এই ক্ষেত্ৰত গিলে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি হাছিম আমলাৰ অভিলেখ ভংগ কৰিছে। হাছিম আমলাই তেওঁৰ প্ৰথম ৫০টা এদিনীয়া ইনিংছত ২৪৮৬ ৰান সংগ্ৰহ কৰিছিল।

ইফালে পাকিস্তানৰ ইমাম উল হক আৰু ফখৰ জামানে প্ৰথম ৫০টা এদিনীয়া ইনিংছত ক্ৰমে ২৩৮৬ ৰান আৰু ২২৬২ ৰান সংগ্ৰহ কৰে।

শুভমন গিল – ২৫৮৭ ৰান

হাছিম আমলা – ২৪৮৬ ৰান

ইমাম উল হক – ২৩৮৭ ৰান

ফখৰ জামান – ২২৬২ ৰান

ছাই হোপ – ২২৪৭ ৰান

গিলে ভংগ কৰিলে বহু অভিলেখ

এদিনীয়া ক্ৰিকেটত কোনো দেশৰ বিৰুদ্ধে খেলা দ্বিপাক্ষিক শৃংখলাৰ প্ৰতিখন খেলতে ৫০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাত প্ৰৱেশ কৰিছে শুভমন গিল। গিলৰ পূৰ্বে এম এছ ধোনী আৰু শ্ৰেয়াছ আয়াৰকে ধৰি ৬ জন ভাৰতীয় বেটছমেনে এই কাম কৰিছে।

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ২৫০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত খেলুৱৈ হিচাপেও পৰিগণিত হৈছে শুভমন গিল। ৫০তম ইনিংছত তেওঁ এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। তেওঁৰ পূৰ্বে হাছিম আমলাই ৫১টা এদিনীয়া ইনিংছত ২৫০০ ৰান সম্পূৰ্ণ কৰিছিল।

এদিনীয়াত ৭টা শতক অৰ্জন কৰা সৰ্বাধিক দ্ৰুত খেলুৱৈ হিচাপেও পৰিগণিত হৈছে শুভমন গিল। তেওঁ ৫০টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছে।

আনহাতে প্ৰথম ৫০টা এদিনীয়া ইনিংছত সৰ্বোত্তম গড়ৰ ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হৈছে শুভমন গিল। প্ৰথম ৫০ ইনিংছত তেওঁৰ গড় ৬০.১৬।

Tags: AhmedabadIndia vs EnglandShubhman Gill

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025