• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

WPLৰ প্ৰথমখন মেচতে ভংগ হ’ল এটা ডাঙৰ অভিলেখ

Nation NE by Nation NE
February 15, 2025
in Top News, ক্ৰীড়া
0 0
WPLৰ প্ৰথমখন মেচতে ভংগ হ’ল এটা ডাঙৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে মহিলা প্ৰিমিয়াৰ লীগ ২০২৫। ছিজনৰ প্ৰথমখন মেচতে ভংগ হ’ল কেইবাটাও অভিলেখ। প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু মহিলা আৰু গুজৰাট জায়েন্টছ মহিলাৰ মাজত অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি গুজৰাটে ২০১ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৮.৩ অভাৰত এই লক্ষ্যত উপনীত হয় আৰ চি বি।

আৰ চি বিৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায় ৰিচা ঘোষে। তেওঁৰ বেটেৰে আহে বিস্ফোৰক অপৰাজিত অৰ্ধশতক।

ইফালে গুজৰাটৰ হৈ অধিনায়ক এছলে গাৰ্ডনাৰে বিস্ফোৰক বেটিং কৰে। তেওঁ ৩৭টা বলত ৭৯ ৰানৰ অপৰাজিত ইনিংছ খেলে। তেওঁৰ ইনিংছটোত আছিল ৩টা চাৰি আৰু ৮টা ছয়। বেথ মুনীয়ে ৫৬ ৰানৰ ইনিংছ খেলে। এইদৰে দলটোৱে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২০১ ৰান সংগ্ৰহ কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বাংগালুৰুৱে ৪টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। এই খেলখনত দুয়োপক্ষৰ পৰা আহে ৪০৩ ৰান। মহিলা প্ৰিমিয়াৰ লীগৰ ইতিহাসত এয়াই হৈছে এখন খেলৰ সৰ্বাধিক মুঠ স্ক’ৰ।

অভিলেখৰ ক্ষেত্ৰত এই মেচখন অতি গুৰুত্বপূৰ্ণ। মহিলা প্ৰিমিয়াৰ লীগৰ ইতিহাসত আৰ চি বিয়ে সৰ্বোচ্চ স্ক’ৰ চেজ কৰে। মেচখনত জয়ী হ’বলৈ তেওঁলোকে সংগ্ৰহ কৰিব লগা হৈছিল ২০২ ৰান, যিটো অতি সহজেই অৰ্জন কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মহিলা প্ৰিমিয়াৰ লীগত সৰ্বোচ্চ স্ক’ৰ চেজ হৈছিল ২০২৪ চনত মুম্বাই আৰু গুজৰাটৰ মাজৰ মেচখনত। সেই মেচখনত ১৯১ ৰান চেজ হৈছিল।

ইফালে কালি অনুষ্ঠিত হৈ যোৱা মেচখনত আৰচিবিৰ খেলুৱৈ ৰিচা ঘোষে বিস্ফোৰক ইনিংছ খেলে। তেওঁ ২৭টা বলত ৬৪ ৰানৰ অপৰাজিত ইনিংছ খেলে। তেওঁৰ ইনিংছটোত আছিল ৭টা চাৰি আৰু ৪টা ছয়। আনহাতে কণিকা আহুজাই ১৩টা বলত ৩০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁৰ ইনিংছত ৪টা চাৰিটা আছিল। দলটোৰ হৈ এলিছ পেৰীয়ে ৩৪টা বলত ৫৭ ৰান সংগ্ৰহ কৰে।

Tags: Gujarat Giants WomenRCB WomenWPL

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025