• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৯ মাহৰ প্ৰশিক্ষণ, ৫০ হাজাৰ টকাৰ দৰমহা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Nation NE by Nation NE
February 15, 2025
in Top News, অসম
0 0
জে’লৰ কয়দীসকলৰ বাবে অসম চৰকাৰৰ কেবিনেটে ল’লে ডাঙৰ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

দুদিনীয়া ভ্ৰমণসূচীৰে ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সৰুসজাইৰ ঝুমইৰ নৃত্য অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী। ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছাম ২.০ উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। এডভাণ্টেজ আছাম ২.০ৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। অনুষ্ঠানত ক্ষুদ্ৰ উদ্যোগ, লাখপতি বাইদেউসকল উপস্থিত থাকিব। ৩১ খন দেশৰ ৰাষ্ট্ৰদূত আৰু দেশৰ প্ৰতিনিধিয়ে অংশ ল’ব এডভাণ্টেজ আছামত। এই সকলো তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এডভাণ্টেজ আছাম ঝুমইৰ নৃত্য আদি প্ৰসংগক লৈ আজি সম্বোধন কৰা এখন সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এডভাণ্টেজ আছাম ১.০ ৰ প্ৰথম সফলতা আছিল নুমলীগড় শোধনাগাৰৰ ক্ষমতা বৃদ্ধি। দ্বিতীয়তে পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ ক্ৰুড অইল পাইপ স্থাপন। তৃতীয়তে গেছ পাইপ লাইন স্থাপন।

বিগত তিনি বছৰত অসমত যথেষ্ট শান্তি ঘূৰি অহা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘জাপানে অসমৰ পৰা বহু মেন পাৱাৰ ল’ব বিচাৰে। ছিংগাপুৰে অসমৰ পৰা নাৰ্ছ ল’ব বিচাৰিছে। ইতিমধ্যে ১৭ গৰাকীয়ে তাত কাম কৰি আছে। ক্ষুদ্ৰ উদ্যোগক বাদ দি কেতিয়াও মজলীয়া আৰু বৃহত উদ্যোগ সফল হ’ব নোৱাৰে। জাপানে অসমৰ সৈতে দুখন চুক্তি কৰিব বিচাৰিছে। ইয়াৰে এখন চুক্তি হ’ব তেওঁলোকৰ প্ৰবক্তাই অসমৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দিব। ৯ মাহৰ বিশেষ প্ৰশিক্ষণ শিবিৰ, তেওঁলোকক আমি প্ৰশিক্ষণৰ স্থান দিব লাগিব। প্ৰশিক্ষণ লোৱা প্ৰতিজনে কমেও ৫০ হাজাৰ টকা দৰমহা লাভ কৰিব। অৱশ্যে প্ৰশিক্ষণ লৈ যদি কোনোবাই জাপান যাব নিবিচাৰে তেন্তে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানতে কাম লাভ কৰিব।’

ইয়াৰ উপৰি অসমখন মুখ্যমন্ত্ৰীয়ে সলনি কৰিব নোৱাৰে, ৰাজ্যৰ প্ৰতিজন মানুহে সলনি কৰিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

Tags: #AssamAdvantage Assam 2.0Himanta Biswa SarmaJapanUnemployment

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025