Thursday, February 12, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Language -
অসমীয়া
  • English
Nation NE

Nation NE

ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ এবছুৰ ৫৭ সংখ্যক অধিৱেশন; উপস্থিত থাকিব অমিত শ্বাহ

ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ এবছুৰ ৫৭ সংখ্যক অধিৱেশন; উপস্থিত থাকিব অমিত শ্বাহ

কোকৰাঝাৰ জিলাৰ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মস্থান দোতমাত অনুষ্ঠিত হ’ব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিৱেশন।...

হিন্দুসকলক লক্ষ্য কৰি চলোৱা হৈছে আক্ৰমণ : বাংলাদেশক লৈ ভাৰতৰ কঠোৰ স্থিতি

হিন্দুসকলক লক্ষ্য কৰি চলোৱা হৈছে আক্ৰমণ : বাংলাদেশক লৈ ভাৰতৰ কঠোৰ স্থিতি

বাংলাদেশত হিন্দুৰ লগতে আন সংখ্যালঘু লোকৰ ওপৰত চলি থকা নিৰ্মম আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা প্ৰদান কৰিছে ভাৰত চৰকাৰে। বাংলাদেশত থকা...

কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? সংবাদমেলত স্পষ্ট কৰিলে একনাথ সিন্দেই

নিমিলা অংক! দুখনকৈ বৈঠক বাতিল কৰি গাঁৱলৈ ৰাওনা একনাথ সিন্দে

মহাৰাষ্ট্ৰত মহাযুটীৰ মাজত সকলো ঠিকেই আছে নে….? এইপৰ্যন্ত মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, সেয়া ঠিৰাং কৰিব নোৱাৰাৰ বাবেই অৱতাৰণা হৈছে...

কৰুণ! ক্ৰিকেট খেলি থকা সময়তে ঢলি পৰিল এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

কৰুণ! ক্ৰিকেট খেলি থকা সময়তে ঢলি পৰিল এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

অনিশ্চয়তাৰ খেল ক্ৰিকেট। এই খেলবিধ খেলি থকাৰ সময়তে এগৰাকী ক্ৰিকেটাৰৰ সৈতে সংঘটিত এক অনাকাংক্ষিত ঘটনাই ক্ৰীড়ানুৰাগীৰ মাজত যথেষ্ট শোকৰ ছাঁ...

বাংলাদেশৰ ইস্কনত নতুন বিপদ, চিন্ময় কৃষ্ণকে ধৰি ১৭ জন লোকৰ বেংক একাউণ্ট জব্দ

বাংলাদেশৰ ইস্কনত নতুন বিপদ, চিন্ময় কৃষ্ণকে ধৰি ১৭ জন লোকৰ বেংক একাউণ্ট জব্দ

বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰৰ অধীনত হিন্দুসকলৰ বিৰুদ্ধে হিংসা আৰু হাৰাশাস্তিৰ গোচৰ ধাৰাবাহিকভাৱে চৰ্চালৈ আহিছে। উচ্চ ন্যায়ালয়ে বাংলাদেশত ইস্কনক নিষিদ্ধ...

পুনৰ বিপদত ৰাজ কুন্দ্ৰা! বাসগৃহ, কাৰ্যালয়ত ইডিৰ অভিযান

পুনৰ বিপদত ৰাজ কুন্দ্ৰা! বাসগৃহ, কাৰ্যালয়ত ইডিৰ অভিযান

বলিউদৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বাসগৃহ আৰু কাৰ্যালয়ত ইডিয়ে অভিযান চলাইছে। পৰ্ণগ্ৰাফীৰ সৈতে জড়িত ধন সৰবৰাহৰ...

ট্ৰাম্পৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ পুটিনৰ

ট্ৰাম্পৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ পুটিনৰ

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তা সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এক ডাঙৰ তথ্য প্ৰকাশ কৰিছে। পুটিনে কয় যে, তেওঁ বিশ্বাস...

সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ

চম্ভল কাণ্ডৰ তদন্তৰ দাবী চি বি আইৰ, উচ্চ ন্যায়ালয়ত দাখিল আবেদন

উত্তৰ প্ৰদেশৰ চম্ভল জিলাত দেওবাৰে অৰ্থাৎ ২৪ নৱেম্বৰত শ্বাহী জামা মছজিদৰ জৰীপৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে এতিয়া পৰিস্থিতি...

ৱাকফ বিধেয়কৰ বাবে বৃদ্ধি কৰা হ’ব গঠন কৰা JPCৰ কাৰ্যকাল

ৱাকফ বৰ্ড কি? ৱাকফ বৰ্ড সম্পৰ্কে বিস্তৃত তথ্য…

ৱাকফ ব'ৰ্ড হৈছে এক আইনী সত্তা।ইছলামিক আইন অনুসৰি ধৰ্মীয়, ধৰ্মপৰায়ণ বা দাতব্য উদ্দেশ্যত নিবেদিত ৱাকফৰ সম্পত্তি পৰিচালনা আৰু তদাৰক কৰাৰ...

Page 356 of 505 1 355 356 357 505

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist