• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
23 °c
Guwahati
22 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কৰুণ! ক্ৰিকেট খেলি থকা সময়তে ঢলি পৰিল এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

Nation NE by Nation NE
November 29, 2024
in Top News, ক্ৰীড়া
0 0
কৰুণ! ক্ৰিকেট খেলি থকা সময়তে ঢলি পৰিল এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

অনিশ্চয়তাৰ খেল ক্ৰিকেট। এই খেলবিধ খেলি থকাৰ সময়তে এগৰাকী ক্ৰিকেটাৰৰ সৈতে সংঘটিত এক অনাকাংক্ষিত ঘটনাই ক্ৰীড়ানুৰাগীৰ মাজত যথেষ্ট শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

জানিব পৰা অনুসৰি, এগৰাকী ৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেলে ক্ৰিকেট খেলি থকাৰ সময়তে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়। এই ঘটনা সংঘটিত হৈছে পুনেত।

বুধবাৰে পেটেলে নিজৰ দলৰ হৈ এখন লীগ মেচত অপেনিং কৰিবলৈ আহিছিল। মাত্ৰ কেইটামান অভাৰ খেলাৰ পিছতে তেওঁ বাঁও হাত আৰু বুকুত বিষ হোৱা বুলি আম্পায়াৰক জানিবলৈ দিয়ে।

আম্পায়াৰৰ সৈতে কিছুসময় কথা বতৰা পতাৰ পিছতেই তেওঁ পেভেলিয়ন অভিমুখে ৰাওনা হয় আৰু সেই সময়তে তেওঁ ঢলি পৰে। এই ঘটনা দেখি লগে লগে খেলপথাৰত থকা খেলুৱৈৰ লগতে তেওঁৰ সতীৰ্থসকলৰ মাজত হুৱদুৱা লাগে।

ইয়াৰ পিছত তেওঁ তাৎক্ষণিকভাৱে সমীপৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ক্ৰিকেটাৰ ইমৰান পেটেলৰ সতীৰ্থ নাছিৰ খানে কয় যে তেওঁৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা নাছিল। তেওঁ শাৰিৰীকভাৱে যথেষ্ট শক্তিশালী আছিল। ক্ৰিকেটৰ প্ৰতি তেওঁৰ অগাধ ভালপোৱা আছিল বুলিও সতীৰ্থ নাছিৰ খানে কয়।

উল্লেখ্য যে, এই মেচখন লাকি বিল্ডাৰ্ছ এণ্ড ডেভেলপমেণ্ট আৰু ইয়ং ইলেভেনৰ মাজত চলি আছিল। পেটেলে লাকি দলক নেতৃত্ব প্ৰদান কৰিছিল আৰু ইনিংছৰ ষষ্ঠ অভাৰত দুটা দৰ্শনীয় চাৰিও কোবাইছিল।

টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি, পেটেল বিবাহিত আছিল আৰু তেওঁ তিনি কন্যা সন্তানৰ পিতৃ। তেওঁৰ কনিষ্ঠ কন্যা মাত্ৰ চাৰি মাহৰ বুলি জানিব পৰা গৈছে। ইমৰান পেটেলৰ আকস্মিক মৃত্যুত পৰিয়ালৰ লগতে তেওঁৰ সতীৰ্থসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে।

Tags: #cricketCardiac ArrestIndian PlayerPune

Related Posts

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025