Thursday, October 24, 2024
21 °c
Guwahati
23 ° Sat
24 ° Sun
Language -
অসমীয়া
  • English
Nation NE

Nation NE

১৪ বছৰ কাৰাগাৰৰ বন্ধ কুঠৰীত কটাব ৰাকেশ পালে; ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰ চূড়ান্ত ৰায়দান

১৪ বছৰ কাৰাগাৰৰ বন্ধ কুঠৰীত কটাব ৰাকেশ পালে; ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰ চূড়ান্ত ৰায়দান

APSC কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড আদালতৰ। বিশেষ ন্যায়ধীশ আদালতে ১৪ বছৰৰ কাৰাদণ্ড বিহিলে ৰাকশ পালক। লগতে,...

স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে বাংলাদেশৰ জনজীৱন; আৰম্ভ কৰা হ’ল মোবাইল ইন্টাৰেনট

স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে বাংলাদেশৰ জনজীৱন; আৰম্ভ কৰা হ’ল মোবাইল ইন্টাৰেনট

হিংসাপীড়িত বাংলাদেশত আৰম্ভ কৰা হ'ল মোবাইল-ইণ্টাৰনেট সেৱা। ১৮ জুলাইত দেশজুৰি হোৱা হিংসাবৃদ্ধিৰ পাছত চৰকাৰে বন্ধ কৰি দিছিল মোবাইল-ইণ্টাৰনেট সেৱা। প্ৰতিবেদন...

টুলুঙা নাওৰে যাত্ৰা কৰিছিল পিতা-পুত্ৰই; নাও ডুবি সন্ধানহীন পুত্ৰ

টুলুঙা নাওৰে যাত্ৰা কৰিছিল পিতা-পুত্ৰই; নাও ডুবি সন্ধানহীন পুত্ৰ

গদাধৰ নদীত নাও দুৰ্ঘটনা সংঘটিত হৈছে। নিশা টুলুঙা নাওৰে পিতা-পুত্ৰই যাত্ৰা কৰি থকাৰ সময়ত ৰহস্যজনকভাৱে নাও ডুবি ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত...

কিছু সকাহ! বতৰ বিজ্ঞান বিভাগে দিলে ইংগিত; এইকেইখন জিলাত হ’ব ধাৰাষাৰ বৰষুণ

কিছু সকাহ! বতৰ বিজ্ঞান বিভাগে দিলে ইংগিত; এইকেইখন জিলাত হ’ব ধাৰাষাৰ বৰষুণ

উৎকট গৰমে দহিছে ৰাজ্যবাসীক। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ জনসাধাৰণে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আহিছে ভাল খবৰ।...

বাক্সাত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু

বাক্সাত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু

দেওবাৰে বাক্সা জিলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ ২৮ বছৰীয়া এগৰাকী জোৱানে প্ৰাণ হেৰুৱায়।...

হাস্পতালৰ চৌহদত ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে অপকৰ্ম কৰ্মচাৰীৰ; গ্ৰেপ্তাৰ কৰ্মচাৰী

হাস্পতালৰ চৌহদত ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে অপকৰ্ম কৰ্মচাৰীৰ; গ্ৰেপ্তাৰ কৰ্মচাৰী

মানৱতাক কলংকিত কৰা এক ঘটনা সংঘটিত হৈছে অসম চিকিৎসা মহাবিদ্যালয়ত। অসম চিকিৎসা মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীৰ কামনাৰ বলী হ’ল এগৰাকী মানসিকভাৱে...

পেৰিছত ব্ৰঞ্জ জয়ৰে ইতিহাস ৰচিলে মনু ভাকাৰে; অলিম্পিকত প্ৰথম মহিলা শ্বুটাৰ হিচাপে অভিলেখ মনুৰ

পেৰিছত ব্ৰঞ্জ জয়ৰে ইতিহাস ৰচিলে মনু ভাকাৰে; অলিম্পিকত প্ৰথম মহিলা শ্বুটাৰ হিচাপে অভিলেখ মনুৰ

পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত হ’ল। এয়াৰ পিষ্টলত ভাৰতীয় খেলুৱৈ মনু ভাকাৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পদক...

দিল্লীৰ ফ্লেটত প্ৰেমিকৰ ছুৰীকাঘাতত মৃত্যু অসমৰ যুৱতীৰ

দিল্লীৰ ফ্লেটত প্ৰেমিকৰ ছুৰীকাঘাতত মৃত্যু অসমৰ যুৱতীৰ

দিল্লীত উদ্ধাৰ কৰা হ’ল অসমৰ যুৱতীৰ মৃতদেহ। ফ্লেটত উদ্ধাৰ কৰা হ’ল মৃতদেহ। প্ৰেমিকৰ ছুৰীকাঘাতত মৃত্যু হৈছে যুৱতীৰ। বৰ্তমান দিল্লী আৰক্ষীয়ে...

ফুটবল খেলি থকা শিশু-কিশোৰৰ ওপৰত হিজবুল্লাহৰ ভয়ংকৰ আক্ৰমণ; ১২ জনৰ কৰুণ মৃত্যু

ফুটবল খেলি থকা শিশু-কিশোৰৰ ওপৰত হিজবুল্লাহৰ ভয়ংকৰ আক্ৰমণ; ১২ জনৰ কৰুণ মৃত্যু

অন্ত পৰাৰ পৰিৱৰ্তে অধিক তীব্ৰতৰ হৈ পৰিছে ইজৰাইল আৰু হামাছৰ যুদ্ধ। দুয়ো পক্ষৰ মাজত চলি থকা যুদ্ধৰ মাজতে এইবাৰ হামাছ...

UPSC-ৰ প্ৰস্তুতি চলাই থকা তিনি শিক্ষাৰ্থীৰ কৰুণ মৃত্যু

UPSC-ৰ প্ৰস্তুতি চলাই থকা তিনি শিক্ষাৰ্থীৰ কৰুণ মৃত্যু

দেশৰ ৰাজধানী দিল্লীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শনিবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণ ফলত পুৰণি ৰাজেন্দ্ৰ নগৰস্থিত এটা কোচিং চেণ্টাৰৰ...

Page 83 of 112 1 82 83 84 112

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist