• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীৰ ফ্লেটত প্ৰেমিকৰ ছুৰীকাঘাতত মৃত্যু অসমৰ যুৱতীৰ

Nation NE by Nation NE
July 28, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
দিল্লীৰ ফ্লেটত প্ৰেমিকৰ ছুৰীকাঘাতত মৃত্যু অসমৰ যুৱতীৰ
Share on FacebookShare on TwitterWhatsApp

দিল্লীত উদ্ধাৰ কৰা হ’ল অসমৰ যুৱতীৰ মৃতদেহ। ফ্লেটত উদ্ধাৰ কৰা হ’ল মৃতদেহ। প্ৰেমিকৰ ছুৰীকাঘাতত মৃত্যু হৈছে যুৱতীৰ। বৰ্তমান দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাতকৰূপী প্ৰেমিকক।

মৃত যুৱতীগৰাকী শিলচৰৰ ২১ বছৰীয়া স্নেহা নাথ চৌধুৰীৰ। প্ৰেমিক কাছাৰৰ চান্নিঘাটৰ বাসিন্দা ৰাজ কৰ্মকাৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, স্নেহা নাথ চৌধুৰী শিলচৰ অম্বিকাপট্টিৰ এখন জিম চেন্টাৰৰ জিম ট্ৰেনাৰ আছিল। দিল্লী পুলিচে দিয়া তথ্য মতে, স্নেহা নাথ চৌধুৰী আৰু ৰাজ কৰ্মকাৰৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিলে । দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলি আছিল বিবাদ ।

শনিবাৰে দিল্লীৰ পাছানপুৰ অঞ্চলত থকা স্নেহাৰ নাথ চৌধুৰীৰ ফ্লেটত হঠাৎ উপস্থিত হয় প্ৰেমিক ৰাজ কৰ্মকাৰ। সেই সময়তে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়। পৰৱৰ্তীসময়ত দুয়োৰে মাজত হয় হতাহতি। ইয়াৰ মাজত হঠাৎ ৰাজ কৰ্মকাৰে ছুৰীৰে উপৰ্যপুৰি আক্ৰমণ চলাই স্নেহা নাথ চৌধুৰীক । ফলত প্ৰেমিকৰ ছুৰীকাঘাতত থিতাতে মৃত্যু হয় স্নেহা নামৰ যুৱতী গৰাকীৰ ।

ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। লগতে, ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰেমিক ৰাজ কৰ্মকাৰক । প্ৰাথমিক তদন্তত প্ৰেমিক ৰাজ কৰ্মকাৰে আৰক্ষীক জনায় যে, তেওঁৰ লগত সম্পৰ্ক থকাৰ পাছতো প্ৰেমিকা স্নেহা নাথ চৌধুৰীয়ে আন এজন যুৱকৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছিল । এই কথা সহ্য কৰিব নোৱাৰি তেওঁ স্নেহাক হত্যা কৰিছে বুলি জনাই দিল্লী আৰক্ষীক । ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Tags: #Assam#DelhiDelhipoliceMurdernews

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025