• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰৰ পৰা মহাকাশলৈ…. মোদী কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Nation NE by Nation NE
October 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিহাৰৰ পৰা মহাকাশলৈ…. মোদী কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মহাকাশ খণ্ডৰ প্ৰসাৰৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰিছে।

ইফালে বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশক পুনৰবাৰ ডাঙৰ উপহাৰ প্ৰদান কৰিছে কেবিনেটে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা বিহাৰৰ সীতামড়ীলৈ ৰেলপথ নিৰ্মাণৰ অনুমোদন জনাইছে। নৰকটিয়াগঞ্জ ৰেলপথ ডাবল কৰাৰ কামো কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

ইফালে অন্ধ্ৰ প্ৰদেশতো ২৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণ কৰা হ’ব এই সকলোবোৰ প্ৰকল্প চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ পূব চম্পাৰণ আৰু পশ্চিম চম্পাৰণ জিলাক এক বৃহৎ উপহাৰ দিছে। অযোধ্যাৰ পৰা মাতা সীতাৰ জন্মস্থান সীতামড়ীলৈ প্ৰায় ২৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে।

নেপাল সীমান্তৰ আশে-পাশে নিৰ্মাণ হ’বলগীয়া এই ৰেলপথে উত্তৰ বিহাৰ, মুজাফ্ফৰপুৰ, মিথিলাঞ্চল, পূব চম্পাৰণ, পশ্চিম চম্পাৰণৰ দৰে চহৰসমূহক সংযুক্ত কৰিব। এই প্ৰকল্পটো ৪৫৫৩ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হ’ব। ইয়াৰ উপৰি মিথিলাঞ্চলৰ উত্তৰ বিহাৰ আৰু উত্তৰ-পূব ৰাজ্যৰ বাবে এটা বৃহৎ প্ৰকল্পৰ অনুমোদন জনোৱা হৈছে।

ইফালে কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ অমৰাৱতীকো ডাঙৰ উপহাৰ দিছে। অমৰাৱতীৰ পৰা ৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণ কৰা হ’ব, যিয়ে ইয়াক ৫খন বৃহৎ চহৰৰ সৈতে সংযোগ কৰিব। ইয়াৰ ভিতৰত আছে বিজয়াৱাড়া, চেন্নাই, হায়দৰাবাদ।

আনহাতে অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা নদীত নিৰ্মাণ হ’ব তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং। এই আঁচনিৰ অধীনত এই লাইনত এটা বিশাল মাল্টি-ম’ডাল লজিষ্টিক হাব নিৰ্মাণ কৰা হ’ব।

ইয়াৰ উপৰি চৰকাৰে দীপাৱলী আৰু ছট পূজাৰ বাবে ৭ হাজাৰ ৰে’ল চলাবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত দৈনিক দুই লাখ লোকে যাত্ৰা কৰিব পাৰিব।

মোদী চৰকাৰে ষ্টাৰ্টআপ ফৰ স্পেচৰ বাবে ১০০০ কোটি টকাৰ ভেঞ্চাৰ ফাণ্ডত অনুমোদন জনাইছে। এই পুঁজিৰ আবণ্টন কেবিনেট বৈঠকত অনুমোদন জনোৱা হৈছে। এই পুঁজিৰ জৰিয়তে মহাকাশ খণ্ডৰ ষ্টাৰ্টআপসমূহক সহায় আগবঢ়োৱা হ’ব।

Tags: Andhra PradeshBiharModi CabinetSpace

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025