• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি নীট পৰীক্ষাৰ ফলাফল ঘোষণা

Nation NE by Nation NE
July 20, 2024
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি নীট পৰীক্ষাৰ ফলাফল ঘোষণা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এন টি এ)ই দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষা ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ (নীট ইউজি ২০২৪) ফলাফল ঘোষণা কৰিছে। আজি প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি ঘোষণা কৰা হয়।

শিক্ষাৰ্থীসকলে http://neet.ntaonline.in./ ৱেবছাইটযোগে ফলাফল চাব পাৰিব।

উল্লেখ্য যে, চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাৰ প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি আজি দুপৰীয়া ১২ বজাৰ ভিতৰত ৱেবছাইটত প্ৰকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাক উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰিছিল।

পৰীক্ষাৰ্থীৰ পৰিচয় গোপনে ৰাখি এই ফলাফল ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল। নীট ইউ জি পৰীক্ষাৰ কেলেংকাৰী গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ মনোজন মিশ্ৰক লৈ গঠিত বিচাৰ পীঠে এই নিৰ্দেশ দিয়ে।

গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ২২ জুলাইত ধাৰ্য কৰাৰ লগতে সেইদিনাই চূড়ান্ত ৰায় দিয়াৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, যোৱা ৫ মে’ত NEET-UG পৰীক্ষা অনুষ্ঠিত হৈছিল। ৪ জুনত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

৭২০ জনৰ ভিতৰত ৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ ৭২০ নম্বৰ লাভ কৰাক লৈ সন্দেহৰ সৃষ্টি হোৱাত দেশজুৰি ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদ ইমানেই তীব্ৰতৰ হৈ পৰিছিল যে পিছত সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ অধীনলৈ গৈছিল।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ন্যায়ালয়ত যুক্তি দিছিল যে কম সময়ৰ বাবে ছাত্ৰ-ছাত্ৰীক গ্ৰেচ মাৰ্ক দিয়া হৈছে। ইয়াৰ পিছত সংস্থাটোৱে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিকল্প দিছিল, যিটো উচ্চতম ন্যায়ালয়েও মানি লৈছিল।

ইয়াৰ পিছত ২৩ জুনত পুনৰ পৰীক্ষা অনুষ্ঠিত হয়। যাৰ ফলাফল ৩০ জুনত প্ৰকাশ পাইছিল। ১৮ জুলাইৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এন টি এক পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ চহৰ আৰু কেন্দ্ৰভিত্তিক ফলাফল পুনৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আজি পুনৰ এন টি এই বিতং ফলাফল প্ৰকাশ কৰিছে।

Tags: #Exam#NEETNTAResultsSupreme Court

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025