• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

‘বৃদ্ধতন্ত্ৰ’ক লৈ ৰাজ্যসভাত সৰৱ ৰাঘৱ; ভোটৰ যুঁজত বয়সৰ মাপকাঠী হ্ৰাস কৰাৰ দাবী উত্থাপন

Nation NE by Nation NE
August 1, 2024
in BIG BREAKING, Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
‘বৃদ্ধতন্ত্ৰ’ক লৈ ৰাজ্যসভাত সৰৱ ৰাঘৱ; ভোটৰ যুঁজত বয়সৰ মাপকাঠী হ্ৰাস কৰাৰ দাবী উত্থাপন
Share on FacebookShare on TwitterWhatsApp

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বয়সৰ যোগ্যতাৰ মাপকাঠী আৰু অধিক হ্ৰাস কৰাৰ দাবী আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই। তেওঁ লগতে দেশৰ ৰাজনীতিত ‘বৃদ্ধতন্ত্ৰ’ একেবাৰে ভাল নাপায় বুলিও উল্লেখ কৰে।

বৃহস্পতিবাৰে ৰাজ্যসভাত পৰিসংখ্যাৰ ওপৰত আলোকপাত কৰি আপ সাংসদগৰাকীয়ে লোকসভাত যুৱ ৰাজনীতিবিদৰ সংখ্যা সময়ৰ লগে লগে কেনেদৰে হ্ৰাস পাইছে সেই বিষয়ে বিস্তৃতৰূপত উল্লেখ কৰে।

তেওঁ বয়সৰ সীমা হ্ৰাস কৰাৰ প্ৰস্তাৱো আগবঢ়ায় যাতে অধিক যুৱ ৰাজনীতিবিদ সংসদত থাকে।

উল্লেখ্য যে, বৰ্তমান লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হ’বলৈ হ’লে নূন্যতম বয়স ২৫ বছৰ। চাড্ডাই এই বয়সৰ সীমা ২১ বছৰলৈ হ্ৰাস কৰাৰ দাবী জনায়।

দেশত মুঠ জনসংখ্যাৰ ৬৫ শতাংশ ৩৫ বছৰৰ তলৰ। ৫০ শতাংশতকৈ অধিক লোকৰ বয়স ২৫ বছৰৰ তলৰ। এই কথা কৈ চাড্ডাই দেশৰ ৰাজনীতিবিদৰ বয়সৰ তুলনা কৰা দেখা যায়।

পৰিসংখ্যা উত্থাপন কৰি আপৰ সাংসদগৰাকীয়ে কয় যে দেশৰ প্ৰথমখন লোকসভাত ২৬ শতাংশ সাংসদ ৪০ বছৰৰ তলৰ আছিল। যোৱা লোকসভাত এই সংখ্যা মাত্ৰ ১২ শতাংশলৈ হ্ৰাস পায়। দেশখন যুৱ শক্তিৰে ভৰি পৰিছে, কিন্তু আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকল বয়সীয়াল হৈ আহিছে।

যুৱ প্ৰতিনিধিৰ সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱ্য কাৰণসমূহ ব্যাখ্যা কৰি উচ্চ সদনৰ সাংসদগৰাকীয়ে কয় যে ইয়াৰ এটা কাৰণ হ’ব পাৰে যে ৰাজনীতিক ‘বেয়া বৃত্তি’ হিচাপে দেখা যায়। তেওঁৰ মতে, পিতৃ-মাতৃয়ে সন্তানৰ কথা ভাবিলেই তেওঁলোকক ডাক্তৰ, অভিযন্তা, ক্ৰীড়াবিদ, বিজ্ঞানী ইত্যাদি কৰি তুলিব বিচাৰে। কিন্তু কেতিয়াও শিশুটিক ৰাজনীতিবিদ হিচাপে চাব নিবিচাৰে।

যুৱ সমাজক ৰাজনীতিৰ প্ৰতি আকৃষ্ট কৰিবলৈ সাংসদগৰাকীয়ে লগতে বয়সৰ সময়সীমা ২৫ৰ পৰা ২১লৈ হ্ৰাস কৰিবলৈ দাবী জনায়।

Tags: #AAPElectionRaghav ChadhaRajya Sabha

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025