• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী ৰঞ্জিত দাসৰ; ক্ষুণ্ণ আছু

Nation NE by Nation NE
August 7, 2025
in BIG BREAKING, Top News, অসম
0 0
হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী ৰঞ্জিত দাসৰ; ক্ষুণ্ণ আছু
Share on FacebookShare on TwitterWhatsApp

অবৈধ দখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰ সমান্তৰালকৈ উজনি অসমৰ পৰা মিঞা খেদা অভিযানে সংবাদ মাধ্যমক ব্যস্ত কৰি ৰখাৰ সময়তে ডি ভোটাৰ সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ।

বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰতিখন জিলাৰ শীৰ্ষ বিষয়াসকলক ৰাজ্য চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে যে এতিয়াৰে পৰা অবৈধভাৱে বাস কৰি থকা হিন্দুসকলে কা’ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰো বাট প্ৰশস্ত হৈ পৰিব।

মুছলমান বিদেশীক বাদ দি হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, জৈন আদি ধৰ্মৰ লোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনাক উষ্ম আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে।

ৰঞ্জিত দাসৰ আদৰণি আৰু চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা। ছাত্ৰ সংগঠনটোৱে অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰা এই সিদ্ধান্তক বাতিল কৰিবলৈ দাবী জনাইছে।

ছাত্ৰ সংগঠনটোৱে অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰা এই নিৰ্দেশনাৰ প্ৰতিলিপি শুকুৰবাৰ অৰ্থাত ৮ আগষ্টত ৰাজ্যজুৰি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। কাইলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত এই নিৰ্দেশৰ প্ৰতিলিপি দাহ কৰিব ছাত্ৰ সংগঠনটোৱে।

ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, ‘যিহেতু কা’খন অপকাৰী বাবে উত্তৰ-পূবৰ প্ৰায়বোৰ অঞ্চল আৰু অসমৰ ৮ খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰিছে সেয়ে সমগ্ৰ অসমক কা’ৰ আওতাৰ পৰা বাহিৰত ৰাখক।

ছাত্ৰ সন্থাৰ সভাপতি উপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে যৌথভাৱে প্ৰদান কৰা বিজ্ঞপ্তিত কৈছে, ‘অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জাৰি কৰা নিৰ্দেশনা কোনো কাৰণত মানি লোৱা নহ’ব। আকৌ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচৰা এই নিৰ্দেশনা বাতিল হ’ব লাগিব। অসম চুক্তিৰ আধাৰত অসমৰ জ্বলন্ত অবৈধ বিদেশী মাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হ’ব লাগিব।’

যৌথ বিবৃতিটোত লগতে কয়, ‘অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ পাছত অহা হিন্দু-মুছলমান সকলো বাংলাদেশী বহিষ্কাৰ হ’ব লাগিব। অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়।’

অসমক উত্তৰ-পূবৰ আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য বুলি অভিহিত কৰি ছাত্ৰ সংগঠনটোৱে আৰু কয়, ‘অসমৰ ৩৫খন জিলাৰ ২৭খন জিলাতেই কা’ প্ৰযোজ্য হৈ আছে। এই আইনখন অপকাৰী, খিলঞ্জীয়া বিৰোধী বাবে অসমৰ ৮খন জিলাকে ধৰি উত্তৰ-পূবৰ প্ৰায়বোৰ অঞ্চলৰ পৰা ৰেহাই দিয়া হৈছে। সেয়ে অসমখনকো সম্পূৰ্ণভাৱে কা’ৰ আওতাৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিবই লাগিব। অসমৰ প্ৰতি চলি থকা এই অন্যায় আৰু অবিচাৰ বন্ধ হ’ব লাগিব।’

Tags: AASUAssam GovtD-Voter

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025