• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকৰ বাবে হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা

Nation NE by Nation NE
May 28, 2025
in BIG BREAKING, Top News, অসম
0 0
‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত সম্পন্ন হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মূলতঃ ৰাজ্যখনৰ কেইবাখনো সংখ্যালঘূ অধ্যুষিত জিলাৰ খিলঞ্জীয়া লোকসকলৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ কেবিনেট বৈঠকত। অনা অসমীয়া বা বহিৰাগতৰ পৰা জীৱনৰ ভাবুকি অহা খিলঞ্জীয়া লোকসকলে এতিয়াৰ পৰা বিচাৰিলে লাভ কৰিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ।

কেবিনেট বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে গোৱালপাৰা, ধুবুৰী, বৰপেটা, মৰিগাঁও, দক্ষিণ শালমৰা আৰু নগাঁও আদি জিলাত খিলঞ্জীয়া লোকসকল ভুগিছে নিৰাপত্তাহীনতাত। ধিং, ৰূপহী, লাহৰিঘাট আদি ঠাইত ভয় আৰু শংকাৰে ৰাইজে দিন পাৰ কৰিছে। খিলঞ্জীয়া লোকসকলে এই ঠাইসমূহত নিৰাপত্তাৰ ক্ষেত্ৰত সন্মুখীন হৈছে সমস্যাৰ।

‘এইসকল লোকে বাংলাদেশ বা বাংলাদেশীৰ পৰাও আক্ৰমণৰ সন্মুখীন হ’ব পাৰে। নিজৰ গাঁওখনৰ পৰাও আক্ৰমণৰ সন্মুখীন হ’ব পাৰে। খিলঞ্জীয়াৰ প্ৰতি ভাবুকি থকা অঞ্চলসমূহত প্ৰদান কৰা হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ’, কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।

এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ উপৰি সৰুসজাই স্প’ৰ্টছ কমপ্লেক্সৰ নামো সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰে পৰা ভোগেশ্বৰ বৰুৱাৰ নামেৰে জনা যাব সৰুসজাই স্প’ৰ্টছ কমপ্লেক্সক।

Tags: #AssamAssam CabinetHimanta Biswa SarmaIndigenous People

Related Posts

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025