• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ভাৰতক স্পৰ্শ কৰাৰ পূৰ্বে ১৪ জনম ল’ব লাগিব বাংলাদেশে : হিমন্ত বিশ্ব শৰ্মা

'চিকেন নেক আক্ৰমণ কৰিব পৰা সাহস কাৰোৰে হোৱা নাই'

Nation NE by Nation NE
May 21, 2025
in BIG BREAKING, Top News, অসম
0 0
‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

ভাৰত-পাকিস্তানৰ মাজত চলি থকা সংঘাতপূৰ্ণ পৰিৱেশৰ সুযোগ বুজি ৰঙা চীনৰ সৈতে মিলি বাংলাদেশে চিকেন নেকৰূপে পৰিচিত শিলিগুড়ি কৰিডৰ আক্ৰমণ কৰি উত্তৰ-পূব বিচ্ছিন্ন কৰাৰ যি সপোন পুহি ৰাখিছে তাৰ যোগ্য প্ৰত্যুত্তৰ আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চিকেন নেক আক্ৰমণ কৰিব পৰা সাহস কাৰোৰে হোৱা নাই। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ভাৰতৰ কোনো অংশ আক্ৰমণ বা চুবলৈ সাহস কৰাৰ পূৰ্বে বাংলাদেশে ১৪ জনম লব লাগিব।

‘ভাৰতৰ কোনো অংশ আক্ৰমণৰ চিন্তা বা স্পৰ্শ কৰাৰ পূৰ্বে বাংলাদেশে অতি কমেও ১৪ জনম ল’ব লাগিব। চিকেন নেক স্পৰ্শ কৰাৰ সপোন দেখাৰ পূৰ্বে, তেওঁলোকে পাহৰি যাব নালাগে যে ভাৰত এখন শক্তিশালী দেশ, যিটো অপাৰেশ্যন সিন্দূৰৰ জৰিয়তে প্ৰমাণ কৰি দিছে’, মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে কয়।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, ‘যদি তেওঁলোকে চিকেন নেক আক্ৰমণ কৰাৰ দুঃসাহস কৰে, আমি তেওঁলোকৰ দুটাকৈ চিকেন নেকত আক্ৰমণ কৰি চট্টগ্ৰাম দখল কৰিম।’

উল্লেখ্য যে, বাংলাদেশে চীনৰ সহায়ত ভাৰতৰ সীমান্তৰ সমীপত বিমানবন্দৰ নিৰ্মাণৰ পদক্ষেপক লৈ বৃদ্ধি পোৱা উত্তেজনাৰ সময়তে শৰ্মাই কৰিছে এই মন্তব্য। শেহতীয়াকৈ চীন ভ্ৰমণৰ সময়ত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে প্ৰকল্পটোৰ বাবে চীনৰ সহায় বিচৰাই নহয়, বাংলাদেশক ভাৰতৰ উত্তৰ-পূবৰ বাবে “সাগৰৰ ৰক্ষক” বুলি অভিহিত কৰি অদ্ভুট দাবী উত্থাপন কৰিছিল।

Tags: #AssamBangladeshChicken NeckHimanta Biswa SarmaIndiaSiliguri Corridor

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025