• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
26 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

‘আৰ্থিক ছুনামি’ৰ সন্মুখীন হ’ব বিশ্ববাসী! সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী?

Nation NE by Nation NE
August 10, 2025
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
‘আৰ্থিক ছুনামি’ৰ সন্মুখীন হ’ব বিশ্ববাসী! সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধক লৈ অস্বস্তিত পৰিছে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশ। ট্ৰাম্পৰ এই শুল্ক যুদ্ধৰ বাবে এতিয়া বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হোৱাৰ উপক্ৰম ঘটিছে। ট্ৰাম্পৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে বিশ্বৰ অৰ্থব্যৱস্থা অতি শোচনীয় হৈ পৰাৰো আশংকা কৰা হৈছে।

৯/১১ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত আক্ৰমণ আৰু প্ৰিন্সেছ ডায়ানাৰ মৃত্যু সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰা বিখ্যাত বুলগেৰিয়ান ৰহস্যময়ী বাবা ভাংগাই ২০২৫-২৬ত ভয়ংকৰ আৰ্থিক ছুনামী হ’ব বুলি পূৰ্বানুমান কৰাৰ কথা পোহৰলৈ আহিছে।

বাবাং ভাংগাৰ এই ভৱিষ্যদ্বাণী কিমান সত্য হয় সেই কথা সময়ে ক’ব যদিও সাম্প্ৰতিক সময়ত ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত হকে বিহকে আৰোপ কৰা অত্যধিক শুল্কৰ পৰা এটা কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অনাগত দিনত বিশ্বৰ অৰ্থনীতিয়ে ভয়ংকৰ খহনীয়াৰ সন্মুখীন হ’ব।

উল্লেখ্য যে, শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্ৰাজিল আৰু ভাৰতৰ ওপৰত প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰি দুয়োখন দেশৰ ওপৰত ৫০ শতাংশকৈ শুল্ক আৰোপ কৰিছে। এই অত্যধিক শুল্ক প্ৰযোজ্য কৰাৰ পিছতে বিশ্বৰ অৰ্থনীতিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

শ্বেয়াৰ মাৰ্কেটৰ পৰা আৰম্ভ কৰি ৰিটেইল মাৰ্কেটত তীব্ৰ খহনীয়া দেখা পোৱাৰ পিছতো নৰম হোৱা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

ভাৰতক নিজৰ বন্ধু ৰাষ্ট্ৰ বুলি বাৰম্বাৰ কৈ অহা ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ উপৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কাৰ্য বন্ধ নকৰিলে অতিৰিক্তভাৱে পেনাল্টি লগোৱাৰ ঘোষণাইও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ট্ৰাম্পৰ শুল্কবাণত এতিয়া চিন্তিত হৈ পৰিছে ব্ৰিকছৰ দেশসমূহ। ব্ৰিকছৰ এই দেশসমূহে ট্ৰাম্পৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে। বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি, এইধৰণৰ সিদ্ধান্তত বিশ্বৰ বজাৰত ঋণাত্মক প্ৰভাৱ পৰিব আৰু বিশ্বৰ দেশসমূহ যথেষ্ট লোকচানৰ সন্মুখীন হ’ব।

বিশেষজ্ঞসকলে এইটোও উল্লেখ কৰে যে যদিহে এই ‘শুল্ক যুদ্ধ’ দীৰ্ঘদিন ধৰি অব্যাহত থাকে তেন্তে বিশ্বৰ অৰ্থনীতি ভাঙি পৰিব। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে অৰ্থনৈতিক চাপ বৃদ্ধি পাব আৰু অৰ্থনৈতিক সংকট বিয়পি পৰিব। এইবোৰ কথাৰ পৰা বাবা ভাংগাৰ এই সতৰ্কবাণী সঁচা হোৱাটোৱে স্পষ্ট হৈ পৰিছে।

Tags: Baba VangaDonald trumpEconomic TsunamiIndian EconomyNarendra ModiTarriff

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025