• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

Nation NE by Nation NE
June 4, 2025
in BIG BREAKING, Top News, অসম, ৰাষ্ট্ৰীয়
0 0
অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা দেশবাসীৰ বাবে আহিছে এক ডাঙৰ খবৰ। লোকপিয়ল আৰু জাতি লোকগণনাৰ প্ৰক্ৰিয়া এতিয়া চূড়ান্ত হৈছে। কেন্দ্ৰীয় চৰকাৰে ২০২৭ চনৰ ১ মাৰ্চৰ পৰা সমগ্ৰ দেশতে লোকপিয়ল আৰু জাতিভিত্তিক লোকপিয়ল আৰম্ভ কৰাৰ আংশিক সময়সূচী নিৰ্ধাৰণ কৰিছে।

এই বৃহত প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে আৰু ইয়াক কাৰ্যকৰী কৰাৰ দিশত এয়া এক ডাঙৰ পদক্ষেপ বুলি বিবেচিত হৈছে।

ইফালে কেইবাখনো বিশেষ ৰাজ্য যেনে- জম্মু-কাশ্মীৰ, লডাখ আৰু উত্তৰাখণ্ডত এই প্ৰক্ৰিয়া আন ৰাজ্যসমূহতকৈ পূৰ্বতেই অৰ্থাত ২০২৬ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব। প্ৰত্যাহ্বানপূৰ্ণ বতৰ আৰু দুৰ্গম অঞ্চল হোৱা বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

১৯৪৮ চনৰ লোকপিয়ল আইনৰ ৩ নং ধাৰা অনুসৰি, ১ মাৰ্চ ২০২৭ তাৰিখক লোকপিয়লৰ ৰেফাৰেন্স তাৰিখ হিচাপে ঘোষণা কৰা হ’ব আৰু ইয়াৰ সৈতে জড়িত অধিসূচনা চলিত বৰ্ষৰ ১৬ জুন তাৰিখে গেজেটত প্ৰকাশ কৰা হ’ব। ইয়াৰ পিছত লোকপিয়লৰ আনুষ্ঠানিক প্ৰস্তুতি আৰম্ভ হ’ব।

Tags: CensusIndiaMarch 2027

Related Posts

দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025