• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন; চৰকাৰী কৰ্মচাৰী সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

Nation NE by Nation NE
May 30, 2025
in BIG BREAKING, Top News, অসম
0 0
নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন; চৰকাৰী কৰ্মচাৰী সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰৰ নিশাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানে লৈছে ভয়াৱহ ৰূপ। স্তব্ধ হৈ পৰিছে জনজীৱন।

গুৱাহাটীত হোৱা এই ভয়ংকৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেতবোৰ ডাঙৰ ঘোষণা কৰিছে। শনিবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰো কেজুৱেল ছুটি ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে পৰাপক্ষত গুৱাহাটীৰ বাসিন্দাসকলক ঘৰৰ পৰা নোলাবলৈয়ো পৰামৰ্শ আগবঢ়াইছে। তদুপৰি সুৰক্ষাৰ স্বাৰ্থত গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ ট্ৰেন্সফৰ্মাৰ বন্ধ কৰি দিয়া হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ইয়াৰ উপৰি, মুখ্যমন্ত্ৰী শৰ্মাই ব্যক্তিগত প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কৰ্মচাৰীসকলক ছুটি প্ৰদান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

ইফালে, গুৱাহাটী বিশ্ববিদ্যালয়েও প্ৰতিকূল বতৰৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহাগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে বিশ্ববিদ্যালয়খনৰ অধীনৰ সকলো পৰীক্ষা বাতিল কৰিছে।

এক নিৰ্দেশনাৰ জৰিয়তে ৩১ মে’ শনিবাৰে অনুষ্ঠিত হ’বলগীয়া সকলো পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰা হৈছে। পৰৱৰ্তী সময়ত পুনৰ এক জাননীৰ জৰিয়তে এই পৰীক্ষাৰ সূচী ঘোষণা কৰিব বুলিও জনাইছে।

Tags: Govt EmployeeGuwahati FloodHimanta Biswa Sarma

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025