• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 5, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা

Nation NE by Nation NE
May 22, 2025
in BIG BREAKING, Top News, অসম
0 0
মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা
Share on FacebookShare on TwitterWhatsApp

অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা অসমীয়া ছবি জগতৰ অভিনেত্ৰী চুমি বৰা। সুৰ্দীঘ ৮ মাহ সময় ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত দিন কটোৱাৰ পিছত ২১ মে’ অৰ্থাত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল চুমি বৰাৰ।

জামিন মঞ্জুৰৰ এদিন পিছতেই অৰ্থাত আজি সন্ধিয়া ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহে ৰীলছ ৰাণীৰূপে পৰিচিত চুমি বৰা।

উল্লেখ্য যে, দুলীয়াজান থানাৰ ১৯৮/২৪ আৰু বৰবৰুৱা থানাৰ ৮৫/২৪ দুয়োটা গোচৰৰ জামিন বণ্ড জমা দিয়া প্ৰক্ৰিয়া সমাপন হোৱাৰ পিছতেই কাৰাগাৰৰ পৰা ওলাই আহে চুমি বৰাই।

চুমিৰ ওপৰত থকা তিনিটা গোচৰৰ ভিতৰত ডিব্ৰুগড় সদৰ থানাৰ গোচৰ ৩৫২/২৪ নম্বৰৰ জামিন প্ৰক্ৰিয়া পূৰ্বেই সম্পূর্ণ হৈ আছিল।

উল্লেখ্য যে ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত বিশাল ফুকন আৰু চুমিৰ স্বামী তাৰ্কিক বৰা কিছুদিন পূৰ্বে জামিন লাভ কৰিছিল।

কাৰাগাৰৰ পৰা ওলোৱাৰ সময়ত বাহিৰত আছিল তেওঁৰ পিতৃ-মাতৃ আৰু যথেষ্টসংখ্যক সমৰ্থক। অৱশ্যে কাৰাগাৰৰ পৰা বাহৰিলৈ ওলাই অহাৰ পিছত সাংবাদিকসকলে তেওঁক কেইবাটাও প্ৰশ্ন সোধে যদিও ইয়াৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকি ডিব্ৰুগড়ৰ পিতৃগৃহ বাণীপুৰৰ ঘৰলৈ ৰাওনা হয়।

Tags: DibrugarhJailSumi Borah

Related Posts

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত
Top News

February 5, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

February 5, 2026
আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 5, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026

শীৰ্ষ সংবাদ

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025