• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে

প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হাগ্ৰামা মহিলাৰী

Nation NE by Nation NE
August 12, 2024
in BIG BREAKING, Top News, অসম
0 0
নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে
Share on FacebookShare on TwitterWhatsApp

নলবাৰীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী কলেজীয়া ছাত্ৰীয়ে প্ৰাণ হেৰুওৱাক কেন্দ্ৰ কৰি আজি ৰাতিপুৱাৰে পৰা চহৰখনৰ গণেশ মন্দিৰ চ’কত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়।

আজি ৰাতিপুৱা এখন নিয়ন্ত্ৰণহীন ডাম্পাৰৰ খুন্দাত পায়েল দেৱনাথ নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছিল।

নলবাৰীৰ ক্ষুদ্ৰ কটলা বৰসৰকুছিৰ পায়েল আছিল স্প্ৰিংদেল একাডেমিৰ ছাত্ৰী। আজি ঘৰৰ পৰা কলেজলৈ চাইকেলেৰে আহি থকা সময়তে নলবাৰী-ধমধমা পথত নিয়ন্ত্ৰণহীন ডাম্পাৰে মহতিয়াই লৈ যায় ছাত্ৰী গৰাকীক।

প্ৰশাসন আৰু ডাম্পাৰৰ মালিক ঠিকাদাৰৰ মিতিৰালিৰ বাবেই এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰখনে ঘটনাস্থলৰ পৰা পলায়ন কৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ গণেশ মন্দিৰ চ’কত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

দুৰ্ঘটনাৰ উচিত তদন্ত তথা নিয়ন্ত্ৰণহীন ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে অব্যাহত থকা প্ৰতিবাদৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী। ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীয়ে গাড়ীৰ পৰা নমাই আনে হাগ্ৰামা মহিলাৰীক।

পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত হাগ্ৰামা মহিলাৰীয়ে জিলা আৰক্ষী অধীক্ষকৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত বুজ লয়। মহিলাৰীয়ে আজি দিল্লীৰ পৰা নিজ গৃহলৈ আহি থকা অৱস্থাত প্ৰতিবাদৰ সন্মুখীন হয়।

দুৰ্ঘটনাৰ বলি হোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে ঘটনাৰ উচিত বিচাৰ কৰাৰ দাবীত প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল।

ইফালে প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাত ঘটনাস্থলীত উপস্থিত হয় জিলা আয়ুক্ত বৰ্ণালী ডেকা। উপায়ুক্তগৰাকী উপস্থিত হোৱাৰ পিছতে শান্ত হয় প্ৰতিবাদকাৰী শিক্ষাৰ্থী।

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ সকলো দাবী জিলা আয়ুক্তই মানি লোৱাৰ পিছতেই প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই।

দুদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা উপায়ুক্তগৰাকীয়ে।

প্ৰায় পাঁচ ঘন্টা জুৰি চলা প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰিছিল শ-শ যান বাহন।

ইফালে শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, নলবাৰী গণেশ মন্দিৰ চ’কত পথ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰৰ চালকক আটক কৰিছে নলবাৰী আৰক্ষীয়ে। তদন্তকাৰী আৰক্ষীৰ দলটোৱে লগতে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।

দুৰ্ঘটনা সংঘটিত কৰা AS 02 CC 1547 নম্বৰ সম্বলিত ডাম্পাৰখনৰ চালক পবিত্ৰ কলিতাক আটক কৰি ঘটনা সন্দৰ্ভত সোধা পোচা অব্যাহত ৰাখিছে।

Tags: Hagrama MohilaryNalbariProtestsRoad AccidentStudent

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025