• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
23 °c
Guwahati
24 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত আন এক বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Nation NE by Nation NE
May 18, 2025
in BIG BREAKING, Top News, অসম, উত্তৰ পূৱ
0 0
‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান কানেকচনক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আই এছ আইৰ আমন্ত্ৰণত সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰা বুলি গুৰুত্বপূৰ্ণ অভিযোগ আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আই এছ আইয়ে আমন্ত্ৰণ দিছিল গৌৰৱ গগৈক। তেওঁলোকৰ আমন্ত্ৰণতেই পাকিস্তান গৈছিল। আই এছ আইয়ে আমন্ত্ৰণ কৰা ডকুমেণ্ট আমাৰ লগত আছে। তেওঁ তালৈ ফুৰিব যোৱা নাছিল। পাকিস্তানত তেওঁ প্ৰশিক্ষণ ল’বলৈ গৈছিল।

পাকিস্তানৰ গৃহ বিভাগৰ আমন্ত্ৰণত পাকিস্তান যোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয়, ‘এইটো বহুত ছিৰিয়াছ বিষয়। এই বিষয়টোক লৈ ডাঙৰ এক্সন হ’ব।’

উল্লেখ্য যে, প্ৰতিটো দিনাই কংগ্ৰেছী সাংসদ গৌৰৱ গগৈক লৈ নতুন নতুন দাবী কৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে তেওঁ সাংসদ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰিছিল বুলিও সদৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে।

আনহাতে ১৫টা দিন পাকিস্তানত থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পূৰ্বতে প্ৰশ্ন কৰিছিল যে গৌৰৱ গগৈয়ে পাকিস্তানত কি কৰিছিল? ১৫ দিনীয়া ভ্ৰমণত পাকিস্তানত কিবা নহয় কিবাৰ প্ৰশিক্ষণ ল’বলৈ গৈছিল গৌৰৱ গগৈয়ে।

পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক কি? কিয় পাকিস্তান ভ্ৰমণ কৰিব গৈছিল, এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী শৰ্মাক ফেব্ৰুৱাৰীৰ পৰা সৰৱ হৈ থকা পৰিলক্ষিত হৈছে।

ইতিমধ্যেই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত তদন্ত কৰিবলৈ গঠন কৰা হৈছে এছ আই টি। এই এছ আই টিৰ তদন্তত অহা A to Z তথ্য অহা ১০ ছেপ্তেম্বৰৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰিব বুলিও আজি পুনৰবাৰ মন্তব্য কৰে।

Tags: Gaurav GogoiHimanta Biswa SarmaIndiaPakistanPakistan Links

Related Posts

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

March 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 25, 2026
অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়

March 24, 2026
স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

শীৰ্ষ সংবাদ

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়

স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025