• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
24 °c
Guwahati
24 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

শংকৰজ্যোতিক লৈ ডাঙৰ মন্তব্য উৎপল শৰ্মাৰ, ‘ব্যৱসায়ীক গোষ্ঠীৰ সংঘাত আছুৰ বিষয়বস্তু হ’ব নোৱাৰে’

'শংকৰ জ্যোতিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি ল’ব বুলি আশা নকৰাই ভাল'

Nation NE by Nation NE
May 24, 2025
in BIG BREAKING, Top News, অসম
0 0
শংকৰজ্যোতিক লৈ ডাঙৰ মন্তব্য উৎপল শৰ্মাৰ, ‘ব্যৱসায়ীক গোষ্ঠীৰ সংঘাত আছুৰ বিষয়বস্তু হ’ব নোৱাৰে’

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি চলি থকা বিতৰ্ক সন্দৰ্ভত অৱশেষত মুখ খুলিলে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে। এই বিষয়টোক লৈ জাতীয় সংগঠনটো কিয় নীৰৱ হৈ আছিল সেই সম্পৰ্কেও সদৰি কৰিলে ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।

সংগঠনটোৰ সভাপতি শৰ্মাই কয় যে দুলীয়াজান পেট্ৰ’ল পাম্পক কেন্দ্ৰ কৰি দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত এয়া ব্যৱসায়িক সংঘাত। কোনোবা সিং উপাধিৰ বিহাৰী ব্যৱসায়ী আৰু আন এগৰাকী শ্বাহী উপাধিৰ বিহাৰী ব্যৱসায়ীৰ মাজত এটা পেট্ৰ’ল পাম্প দখলৰ বাবে হোৱা এখন ব্যক্তিগত কাজিয়াত নিজৰ চিন্তা, নিজৰ সময় আৰু নিজৰ শক্তি সদৌ অসম ছাত্ৰ সন্থাই খৰচ কৰাৰ কোনো অৰ্থই নাই।

শৰ্মাই লগতে কয়, ‘দুটা ব্যৱসায়ীক গোষ্ঠীৰ মাজত হোৱা এই ব্যৱসায়ীক সংঘাত ছাত্ৰ সন্থাৰ বিষয়বস্তু হ’ব নোৱাৰে। সেয়ে ছাত্ৰ সন্থাই চিন্তা কৰাৰ, এই বিষয়ত সময়, শক্তি অপচয় কৰাৰ কিবা অৰ্থ আছে বুলি ভবা নাই।’

‘যিগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰি থকা হৈছে তেওঁ ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা এৰি যাবলগীয়া হৈছে। ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ব্যক্তিজনৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে’, নাম নোলোৱাকৈয়ে শংকৰজ্যোতি বৰুৱাক এইদৰে সমালোচনা কৰে উৎপল শৰ্মাই।

শংকৰ জ্যোতিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি ল’ব বুলি আশা নকৰাই ভাল বুলি মন্তব্য কৰি শৰ্মাই পুনৰ কয়, ‘বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱা অভিযুক্তৰ প্ৰতি ছাত্ৰ সন্থাৰ কোনো অনুকম্পা নাই। সেই ছাত্ৰীগৰাকী এতিয়াও আছুত আছে। এতিয়াও তেওঁ ন্যায় বিচাৰি আদালতৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিছে।’

আনহাতে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত সভাপতি শৰ্মাই কয়, ‘আপোনালোকে হেণ্ডকাফ দেখিছে আমাৰ চিপজৰী ডাললৈ মনত পৰিছে। সেই ব্যক্তিজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি সদস্যাগৰাকীয়ে যেতিয়া আত্মহত্যাৰ চেষ্টা চলাইছিল, সেই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে, আছুৰ মজিয়াত ন্যায়ৰ বাবে মাত মাতি আছে ছোৱালীজনীয়ে, তেনেকুৱা এজন ব্যক্তিৰ হৈ আমি কোনো কাৰণতে মাত মাতিব নোৱাৰো।’

বিয়াৰ প্ৰলোভনেৰে নিজৰ কামনা চৰিতাৰ্থ কৰা অভিযুক্ত এজনৰ সৈতে আছুৰ অন্য প্ৰাক্তন নেতাক তুলনা নকৰিবলৈও আহ্বান জনাই আছুৰ সভাপতি উৎপল শৰ্মাই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দুলীয়াজানৰ এটা পেট্ৰ’ল পাম্পক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ পিছতেই গ্ৰেপ্তাৰ কৰিছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক। প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক হেণ্ডকাফ লগাই আদালতত ঘূৰাই ফুৰোৱা দৃশ্য ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হেণ্ডকাফ আঁতৰোৱা হয় যদিও বিষয়টোৱে লাভ কৰে অধিক চৰ্চা। এজন অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰাক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও এই বিষয়ত মৌনতা অৱলম্বন কৰিছিল ছাত্ৰ সন্থাই। সংগঠনটোৰ এনে কাৰ্যক লৈয়ে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে আছুক তীব্ৰ সমালোচনাও কৰা পৰিলক্ষিত হৈছিল।

Tags: AASUSankar Jyoti BaruahUtpal Sarma

Related Posts

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ
Top News

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

May 14, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026

শীৰ্ষ সংবাদ

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025