• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

কাইলৈ পুনৰ হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা : ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Nation NE by Nation NE
September 22, 2025
in BIG BREAKING, Top News, অসম
0 0
‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ’ব’, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

কাইলৈ পুনৰ হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ ৰহস্যজনক বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই ডাঙৰ ঘোষণা কৰে।

আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে কাইলৈ পুৱা ৭-৮ বজাৰ ভিতৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব। মৰণোত্তৰ পৰীক্ষাৰ বাবে শেষকৃত্যৰ সময় কিছু সালসলনি হ’ব বুলিও উল্লেখ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। মৰণোত্তৰ পৰীক্ষাৰ সময়ত এইমছৰ জ্যেষ্ঠ চিকিৎসকৰো সহায় লোৱা হ’ব।’

উল্লেখ্য যে, ছিংগাপুৰৰ জেনেৰেল হাস্পতালে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ পানীত ডুব যোৱাৰ ফলত হোৱা বুলি উল্লেখ কৰা হৈছিল। মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰকাশ পোৱাৰ পিছতে জুবিনৰ লাখ লাখ অনুৰাগী তথা ৰাজ্যৰ বহু আগশাৰীৰ ব্যক্তিয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী কৰিছিল।

বিভিন্নজনে অসমৰ জ্যেষ্ঠ চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰিব লাগে বুলিও দাবী উত্থাপন কৰিছিল।

Tags: #AssamHimanta Biswa SarmaPostmortemZubeen Garg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025