• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

কাইলৈ পুনৰ হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা : ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Nation NE by Nation NE
September 22, 2025
in BIG BREAKING, Top News, অসম
0 0
‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ’ব’, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

কাইলৈ পুনৰ হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ ৰহস্যজনক বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই ডাঙৰ ঘোষণা কৰে।

আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে কাইলৈ পুৱা ৭-৮ বজাৰ ভিতৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব। মৰণোত্তৰ পৰীক্ষাৰ বাবে শেষকৃত্যৰ সময় কিছু সালসলনি হ’ব বুলিও উল্লেখ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। মৰণোত্তৰ পৰীক্ষাৰ সময়ত এইমছৰ জ্যেষ্ঠ চিকিৎসকৰো সহায় লোৱা হ’ব।’

উল্লেখ্য যে, ছিংগাপুৰৰ জেনেৰেল হাস্পতালে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ পানীত ডুব যোৱাৰ ফলত হোৱা বুলি উল্লেখ কৰা হৈছিল। মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰকাশ পোৱাৰ পিছতে জুবিনৰ লাখ লাখ অনুৰাগী তথা ৰাজ্যৰ বহু আগশাৰীৰ ব্যক্তিয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী কৰিছিল।

বিভিন্নজনে অসমৰ জ্যেষ্ঠ চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰিব লাগে বুলিও দাবী উত্থাপন কৰিছিল।

Tags: #AssamHimanta Biswa SarmaPostmortemZubeen Garg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025