• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home বিনোদন

স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰিবলৈ নিতৌ গ্ৰহণ কৰক দুফুটাকৈ নহৰু

Nation NE by Nation NE
July 29, 2024
in বিনোদন
0 0
স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰিবলৈ নিতৌ গ্ৰহণ কৰক দুফুটাকৈ নহৰু
Share on FacebookShare on TwitterWhatsApp

নহৰু হৈছে এবিধ মছলাজাতীয় খাদ্য। ইয়াৰ ইংৰাজী নাম হৈছে Garlic root. ই মাটিৰ তলত উৎপন্ন হোৱা এবিধ পাচলি জাতীয় শস্য। নহৰু বহুতো শক্তিশালী এণ্টি অক্সিডেণ্টেৰে সমৃদ্ধ।

পাকঘৰত মচলা হিচাপে ব্যৱহৃত এই নহৰু হৈছে গুণাগুণৰ ভাণ্ডাৰ, সেয়েহে ইয়াক খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। নহৰুৱে ব্যঞ্জনৰ সোৱাদত অন্য এক মাত্ৰা দিয়াৰ লগতে স্বাস্থ্যৰ পক্ষে যথেষ্ট উপকাৰী। দৈনিক দুফুটাকৈ নহৰু চোবালে ই স্বাস্থ্যৰ যথেষ্ট উপকাৰ সাধন কৰে।

নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও মানুহক বহুতো বিপদজ্জনক ৰোগৰ পৰা ৰক্ষা কৰে। ইয়াত থকা এই ঔষধি গুণাগুণসমূহৰ বাবেই ইয়াক বিশ্বৰ সকলো ঠাইতে সকলো লোকে খাদ্যৰ তালিকাত সন্নিৱিষ্ট কৰে। ইয়াৰ উপৰি নহৰুক ঔষধ হিচাপেও গণ্য কৰা হয়।

নহৰুত চেলেনিয়াম, কেলচিয়াম, মেঙ্গানিজ, ফোলেট, থিয়ামিন, নিয়াচিন, ভিটামিন চি, জিংক, পটাছিয়াম আদি থাকে। যিয়ে মানৱ শৰীৰক বিভিন্ন ধৰণে লাভান্বিত কৰাৰ লগতে বহুতো বেমাৰৰ পৰা ইয়াক আঁতৰাই ৰাখে।

জানো আহক নহৰুৰ উপকাৰিতাৰ বিষয়েঃ

যদি বাৰিষা ঋতুত মুখত চোকোৰা আৰু ব্রণৰ সমস্যা বৃদ্ধি হয়, তেনেহ’লে ৰাতিপুৱা দৈনিক কুহুমীয়া পানীৰে নহৰুৰ দুটা কলি খাব লাগে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰে। ইয়াৰ ভেঁকুৰ-প্ৰতিৰোধী গুণাগুণে ছালক ভেঁকুৰৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে।

হৃদৰোগীসকলৰ বাবে নহৰু যথেষ্ট উপকাৰী। নহৰুৱে শৰীৰৰ অপকাৰী ক’লেষ্টলৰ পৰিমান হ্ৰাস কৰে লগতে ৰক্ত সঞ্চালন উন্নত কৰে।

উচ্চ ৰক্তচাপ হ্ৰাস কৰাত ই যথেষ্ট সহায়ক হয়।

ই তেজ পৰিষোধক হিচাপেও কাম কৰে।

দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে শৰীৰৰ ক্লান্তি দূৰ হয়।

নহৰুৱে মেদবহুলতা কমোৱাত সহায়ক হয়। খালী পেটত নহৰু খালে তেজত চেনীৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে।

হাঁওফাও, মূত্ৰাশয়, পাকস্থলী আদিৰ প্ৰতিৰোধত সহায়ক হয় নহৰু।

নহৰুৱে পাচন তন্ত্ৰ শক্তিশালী কৰি হজম প্ৰক্ৰিয়া উন্নত কৰে।

Tags: Health BenefitsHealthy lifeHumanlife

Related Posts

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা
Top News

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা

October 8, 2025
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে
Top News

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে

October 8, 2025
‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ৰ অভিনেতাক গ্ৰেপ্তাৰ; জানক সবিশেষ
Top News

‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ৰ অভিনেতাক গ্ৰেপ্তাৰ; জানক সবিশেষ

October 1, 2025
সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত
Top News

সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

August 16, 2025
‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…
Top News

‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…

August 10, 2025
SRKৰ সাম্ৰাজ্য কিমান ডাঙৰ? বলীউডৰ বহু আঢ্যৱন্ত ৰৈছে পিছ পৰি, জানক তেওঁৰ নেট ৱৰ্থ
Top News

SRKৰ সাম্ৰাজ্য কিমান ডাঙৰ? বলীউডৰ বহু আঢ্যৱন্ত ৰৈছে পিছ পৰি, জানক তেওঁৰ নেট ৱৰ্থ

August 10, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025