Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Language -
অসমীয়া
  • English

ৰাষ্ট্ৰীয়

NEET পৰীক্ষাৰ দিন ঘোষণা; দুটা শ্বিফ্টত অনুষ্ঠিত কৰা হ’ব এই পৰীক্ষা

স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা NEET-PG পৰীক্ষাৰ দিন ঘোষণা কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এন টি এ)ই। সংস্থাটোৱে জানিব...

Read moreDetails

জিকা ভাইৰাছে আক্ৰমণ কৰিলে কি কি লক্ষণ দেখা দিব আপোনাৰ শৰীৰত : জানক সবিশেষ

বৰ্তমান সময়ত মহাৰাষ্ট্ৰ আৰু কেৰেলাৰ দৰে ৰাজ্যত সন্ত্ৰাস চলাই আছে জিকা ভাইৰাছে। জিকা ভাইৰাছৰ বাবেই এতিয়া চিন্তিত হৈ পৰিছে দেশৰ...

Read moreDetails

কিয় বিশ্বকাপ ট্ৰফী স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে? জানো আহক ইয়াৰ কাৰণ

টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দলটোৱে আজি নতুন দিল্লীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে। প্ৰধান মন্ত্ৰীয়ে খেলুৱৈসকলক সাক্ষাত কৰাৰ সেই...

Read moreDetails

শ্বেয়াৰ বজাৰত অভূতপূৰ্ব উত্থান, ৪৫ মিনিটত উপাৰ্জন ২.৭১ লাখ কোটি

জুলাই মাহত একেৰাহে চতুৰ্থ দিনৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত হৈছে অভূতপূৰ্ব উত্থান। ছেনচেক্স আৰু নিফটি উপনীত হৈছে এক নতুন স্তৰত। উল্লেখ্য...

Read moreDetails

হজৰ পৰা উভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা; তিনি পুত্ৰ আৰু পিতৃসহ মুঠ ৫ জনৰ মৃত্যু

হজৰ পৰা উভতি অহা এটা পৰিয়ালৰ সৈতে সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা। এখন তীব্ৰবেগী বাছৰ খুন্দাত প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰ...

Read moreDetails

পুনৰ অসুস্থ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী; নিশাই ভৰ্তি কৰোৱা হ’ল এপল’ হাস্পতালত

ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিছে। ৮ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে...

Read moreDetails

বিজয় মালিয়াৰ বিৰুদ্ধে CBI আদালতে জাৰি কৰিছে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

পুনৰ বিপদ বাঢ়িছে পলাতক সুৰা সম্রাট বিজয় মালিয়াৰ। মুম্বাইৰ চিবিআই আদালতে মালিয়াৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এতিয়ালৈকে...

Read moreDetails

‘প্ৰথমে দেশপ্ৰেমী হোৱা’, টি-২০ বিশ্বকাপ নাচাওঁ বুলি কোৱাক লৈ ৰিয়ান পৰাগক সকিয়নী শ্ৰীশান্তৰ

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ বিজয় উদযাপন শেষ নহওঁতেই অসম সন্তান ৰিয়ান পৰাগ আৰু প্ৰাক্তন ভাৰতীয় বেগী বলাৰ এছ শ্ৰীশান্তৰ মাজত...

Read moreDetails

কেতিয়া অনুষ্ঠিত হ’ব NEET পৰীক্ষা? প্ৰশ্নকাকত সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত NTA-ৰ

শেহতীয়াকৈ NEET-PG পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে উত্তাল হৈ পৰিছিল সমগ্ৰ দেশ। পৰীক্ষাত বিসংগতিৰ অভিযোগ তুলি প্ৰতিবাদ মুখৰ হৈ পৰিছিল শিক্ষাৰ্থী...

Read moreDetails

পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হেমন্ত চোৰেন

ৰাঁচি জেইলৰ পৰা মুক্তি লাভ কৰাৰ পিছত পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হৈছে হেমন্ত চোৰেন। আজি অনুষ্ঠিত হ’বলগীয়া ঝাৰখণ্ড...

Read moreDetails
Page 198 of 204 1 197 198 199 204

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist