• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

‘প্ৰথমে দেশপ্ৰেমী হোৱা’, টি-২০ বিশ্বকাপ নাচাওঁ বুলি কোৱাক লৈ ৰিয়ান পৰাগক সকিয়নী শ্ৰীশান্তৰ

Nation NE by Nation NE
July 3, 2024
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
‘প্ৰথমে দেশপ্ৰেমী হোৱা’, টি-২০ বিশ্বকাপ নাচাওঁ বুলি কোৱাক লৈ ৰিয়ান পৰাগক সকিয়নী শ্ৰীশান্তৰ
Share on FacebookShare on TwitterWhatsApp

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ বিজয় উদযাপন শেষ নহওঁতেই অসম সন্তান ৰিয়ান পৰাগ আৰু প্ৰাক্তন ভাৰতীয় বেগী বলাৰ এছ শ্ৰীশান্তৰ মাজত এক নতুন বিতৰ্কৰ সূচনা হৈছে।

কিছুদিন পূৰ্বে ভাৰতৰ টি-২০ বিশ্বকাপৰ খেল নাচাওঁ বুলি কৈ বিতৰ্কত সোমাই পৰিছিল ৰিয়ান পৰাগ। এতিয়া এই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰীশান্তে ৰিয়ানক দিছে কঠোৰ সকিয়নী।

এইবাৰ আই পি এল ২০২৪ত ৰাজস্থান ৰয়েলছৰ হৈ ৫৩১ ৰাণ সংগ্ৰহ কৰিছে ৰিয়ান পৰাগে। দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা ৰিয়ানক বিশ্বকাপ সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, ‘এইটো এটা পক্ষপাতিত্বমূলক উত্তৰ হ’ব (ভাৰত শীৰ্ষ চাৰিটা দলৰ ভিতৰত থকাৰ ভৱিষ্যতবাণী) যদিও অতি সততাৰে ক’ব বিচাৰোঁ যে মই বিশ্বকাপ চাব নিবিচাৰো। মই কেৱল কোনে বিশ্বকাপ জয়ী হয় সেয়া চাম আৰু তাতেই মই সুখী হ’ম। যেতিয়া মই বিশ্বকাপত খেলিম তেতিয়া ময়ো শীৰ্ষ চাৰিটা স্থান আৰু আন সকলোবোৰ কথাৰ বিষয়ে চিন্তা কৰিম।’

ইয়াৰ বিপৰীতে টি-২০ বিশ্বকাপ চলি থকাৰ মাজত পৰাগৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়াৰ সময়ত কাৰো নাম উল্লেখ কৰা নাছিল দুবাৰৰ বিশ্বকাপ বিজয়ী খেলুৱৈ শ্ৰীশান্তে৷

বিশ্বকাপ ২০২৪ৰ ফাইনেলৰ সময়ত ষ্টাৰ স্পৰ্টছত চলি থকা এক অনুষ্ঠানত শ্ৰীশান্তে কয়, ‘দুই-এজন যুৱ খেলুৱৈয়ে এইটোও কৈছে যে তেওঁলোকে বিশ্বকাপৰ খেল নাচায় কাৰণ তেওঁলোকক নিৰ্বাচকে বিশ্বকাপ খেলাৰ বাবে নিৰ্বাচন নকৰিলে। প্ৰথমে আপুনি দেশপ্ৰেমী হোৱা উচিত তাৰ পিছত আপুনি ক্ৰিকেট প্ৰেমী হওঁক। কিন্তু যিসকলে দলটো বাছনি কৰিছে তেওঁলোকক আমি মানসিকভাৱে আৰু আৱেগিকভাৱে সমৰ্থন কৰা উচিত।’

যুৱ খেলুৱৈসকলে ব্যক্তিগত হতাশাতকৈ ৰাষ্ট্ৰৰ সন্মানক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন বুলিও প্ৰাক্তন বেগী বলাৰজনে মত প্ৰকাশ কৰে। লগতে নিজৰ দলটোক সমৰ্থন কৰিবলৈ আৰু নিৰ্বাচকসকলৰ সিদ্ধান্তক আন্তৰিকতাৰে সন্মান কৰিবলৈ সকলোকে আহ্বান জনায়।

উল্লেখ্য যে ৰিয়ান পৰাগে ৬ জুলাইৰ পৰা জিম্বাবৱেৰ বিৰুদ্ধে হ’বলগীয়া পাঁচখন মেচৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। উল্লেখ্য যে এই শৃংখলাটোতেই অভিষেক শৰ্মা, তুষাৰ দেশপাণ্ডে আৰু ধ্ৰুৱ জুৰেলৰ সৈতে ৰিয়ান পৰাগে শুভমান গিলৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰথমবাৰৰ বাবে নিজকে প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব।

Tags: #RiyanParag #BCCI #Cricket#SSreesanth

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025